চাকমা ভাষা
ভাৰত-আৰ্য ভাষা
চাকমা ভাষা (/ˈtʃɑːkmə/; autonym: 𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴, Changmha Bhach) হৈছে চাকমা আৰু দাইঙেত জনগোষ্ঠীৰ লোকে কোৱা এটা ভাৰত-আৰ্য ভাষা। বাংলাদেশৰ চট্টগ্ৰামীয়া ভাষা, তাঞ্চঙীয়া, ৰাখাইনীয়া আদি ভাষাৰ সৈতে এই ভাষাৰ কিছু মিল আছে। দক্ষিণ-পূব বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত প্ৰায় ৩১০,০০০জন, ভাৰতৰ অসম আৰু ত্ৰিপুৰা ৰাজ্যত ৩০০,০০০জন আৰু মিজোৰাম ৰাজ্যত ৪০,২৬৫জন লোকে এই ভাষা কয়। এই ভাষা চাকমা লিপি (বা অঝা পাঠ) ব্যৱহাৰ কৰি লিখা হয়।
চাকমা | |
---|---|
Changmha, Daingnet | |
𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴 | |
চাকমা লিপিত চাকমা ভাষা লিখা হৈছে | |
থলুৱা অঞ্চল | বাংলাদেশ আৰু ভাৰত |
অঞ্চল | পাৰ্বত্য চট্টগ্ৰাম, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা |
জাতীয়তা | চাকমা, দাইঙেত |
স্থানীয় ভাষিক |
বাংলাদেশত ৩২৬,০০০জন, ভাৰতত ২২৮,২৮১জন[1][2], লগতে ম্যানমাৰত |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | চাকমা লিপি, লেটিন লিপি, অসমীয়া–বঙালী লিপি[3] |
ভাষা সংকেত | |
ISO 639-3 | ccp[4] |
IETF | ccp |
ধ্বনিতত্ব
সম্পাদনা কৰকচাকমা ভাষাত আঠটা স্বৰবৰ্ণ আছে।[5]:7
সন্মুখ | কেন্দ্ৰীয় | পশ্চ | |
---|---|---|---|
উচ্চ | i | u | |
উচ্চ-মধ্য | e | o | |
নিম্ন-মধ্য | ɛ | ɔ | |
নিম্ন | æ | ɑ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Scheduled Languages in descending order of speaker's strength – 2011". Registrar General and Census Commissioner of India. http://www.censusindia.gov.in/2011Census/Language-2011/Statement-1.pdf.
- ↑ CENSUS OF INDIA 2011. "LANGUAGE". Government of India. পৃষ্ঠা: 12. http://censusindia.gov.in/2011Census/C-16_25062018_NEW.pdf.
- ↑ "Chakma". Ethnologue. https://www.ethnologue.com/language/ccp। আহৰণ কৰা হৈছে: 12 March 2018.
- ↑ Error: Unable to display the reference properly. See the documentation for details.
- ↑ Tanchangya, Shanta Rakshit (December 2013). A comparative study of vowels in Chakma and English (BA). BRAC University, Dhaka, Bangladesh. Archived from the original on 2021-02-25. https://web.archive.org/web/20210225083428/http://dspace.bracu.ac.bd:8080/xmlui/bitstream/handle/10361/3173/09203010.pdf। আহৰণ কৰা হৈছে: 2020-08-31.
- ↑ Tanchangya, Shanta Rakshit (December 2013). A comparative study of vowels in Chakma and English (BA). BRAC University, Dhaka, Bangladesh. Archived from the original on 2021-02-25. https://web.archive.org/web/20210225083428/http://dspace.bracu.ac.bd:8080/xmlui/bitstream/handle/10361/3173/09203010.pdf। আহৰণ কৰা হৈছে: 2020-08-31.