চাল কোমোৰা
চাল কোমোৰা (ইংৰাজী: White gourd; বৈজ্ঞানিক নাম: Benincasa cerifera; ৰাভা: মেৰাও; কাৰবি: পাৰক বংহম; বড়ো: খুমব্ৰা; টাই-আহোম: ফাক-পাক) ফাক-পাক এবিধ লতা জাতীয় উদ্ভিদ। এই উদ্ভিদ অসমত পাচলি হিচাপে খোৱা হয়।[2]
চাল কোমোৰা | |
---|---|
![]() | |
চাল কোমোৰা | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Cucurbitales |
পৰিয়াল: | Cucurbitaceae |
গণ: | Benincasa |
প্ৰজাতি: | B. cerifera |
বৈজ্ঞানিক নাম | |
Benincasa cerifera (Thunb.) Cogn. | |
সমাৰ্থক[1] | |
তালিকা
|
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত | |
---|---|
শক্তি | 54 kJ (13 kcal) |
শৰ্কৰাসমূহ | 3 g |
- খাদ্য আঁহ | 2.9 g |
চৰ্বী | 0.2 g |
প্ৰ’টিন | 0.4 g |
থায়েমিন (ভিটামিন বি১) | 0.04 mg (3%) |
Rৰাইবফ্লভিন (ভিটামিন বি২) | 0.11 mg (9%) |
নিয়াচিন (ভিটামিন বি৩) | 0.4 mg (3%) |
পেণ্টথেনিক এচিড (বি৫) | 0.133 mg (3%) |
ভিটামিন বি৬ | 0.035 mg (3%) |
ভিটামিন চি | 13 mg (16%) |
কেলচিয়াম | 19 mg (2%) |
লো | 0.4 mg (3%) |
মেগনেছিয়াম | 10 mg (3%) |
মেংগানিজ | 0.058 mg (3%) |
ফছফ’ৰাছ | 19 mg (3%) |
ছডিয়াম | 111 mg (7%) |
জিংক | 0.61 mg (6%) |
Link to USDA Database entry শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে। উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ |
বিৱৰণসম্পাদনা কৰক
চাল কোমোৰা লতাডাল ডাঙৰ আৰু কোমল হয়। উপৰিভাগৰ বৰণ সেউজীয়া। মাজে মাজে গাঁঠি থাকে। পাত ওলাই অহা ঠাইবোৰত এই গাঁঠিবিলাকৰ উৎপত্তি হয়।
পাতবিলাকৰ আকাৰ ডাঙৰ আৰু তলৰফালে গুৰিত ঠাৰিডাল থাকে। পাতখিলাৰ গুৰিভাগত উৎপত্তি হোৱা ঠাৰিডাল তিনিভাগত ভাগ হৈ এডাল ওপৰলৈ আৰু বাকী দুডাল দুয়ো কাষৰ ফালে যায়। উপ-সিৰাবিলাকৰে সৈতে পাতখিলাৰ গঠন এখিলা পাণৰ দৰে হৈ পৰে। পাতৰ ঠাৰিডাল আৰু উপৰিভাগত সৰু সৰু নোম থাকে।[2]
প্ৰজননসম্পাদনা কৰক
চাল কোমোৰাৰ ফুলবোৰ হালধীয়া আৰু ইয়াৰ পুংপুষ্প আৰু স্ত্ৰীপুষ্প বেলেগ বেলেগ হয়। ইয়াৰ ফল আকাৰত ডাৱৰ আৰু দীঘল চানেকীয়া হয়।[2]
ব্যৱহাৰসম্পাদনা কৰক
চাল কোমোৰাৰ ফল অসমত মানুহে তৰকাৰি কৰি খায়।[2]
তথ্যউৎসসম্পাদনা কৰক
- ↑ "The Plant List: A Working List of All Plant Species". http://www.theplantlist.org/tpl1.1/record/kew-2673135। আহৰণ কৰা হৈছে: April 10, 2014.
- ↑ 2.0 2.1 2.2 2.3 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭