চিটাডেল: হানি বানি

ভাৰতীয় টিভি ধাৰাবাহিক

চিটাডেল: হানি বানি (ইংৰাজী: Citadel: Honey Bunny) হৈছে চোৰাংচোৱা একচন থ্ৰিলাৰধৰ্মী এখন আগন্তুক ভাৰতীয় টিভি ধাৰাবাহিক। ই আমেৰিকান টিভি ধাৰাবাহিক চিটাডেলৰ এটি স্পিন-অফ। ধাৰাবাহিকখনৰ নিৰ্মাণ, ৰচনা তথা পৰিচালনা কৰিছে ৰাজ এণ্ড ডিকে আৰু সীতা আৰ. মেননে। ধাৰাবাহিকখনত অভিনয় কৰিছে বৰুণ ধৱন, সামান্থা ৰুথ প্ৰভু, চিকন্দৰ খেৰ, কে কে মেনন, চাকিব চেলীম আৰু এম্মা কেনিঙে৷[1]

চিটাডেল: হানি বানি
শৈলী
  • একচন-এডভেঞ্চাৰ
  • নাটক
  • কল্পবিজ্ঞান
  • স্পাই থ্ৰিলাৰ
  • টেকন'-থ্ৰিলাৰ
নিৰ্মাতা ৰাজ এণ্ড ডিকে
পৰিচালক
  • ৰাজ এণ্ড ডিকে
  • সীতা আৰ. মেনন
অভিনয়ত
দেশ ভাৰত
ভাষা হিন্দী
প্ৰযোজনা
কাৰ্যবাহী প্ৰযোজক
  • আন্দ্ৰে নেমেক
  • জেফ পিংকনাৰ
  • জোচ এপলবাম
  • স্কট ৰ'জেনবাৰ্গ
প্ৰযোজক
  • এন্থনী ৰুছ’
  • জো ৰুছ’
  • মাইক লাৰ’কা
  • এঞ্জেলা ৰুছ’-অটষ্টট
  • স্কট নেমেছ
  • ডেভিড ৱেইল
  • ৰাজ এণ্ড ডিকে
স্থান ভাৰত
চিত্ৰগ্ৰহণকাৰী
ষ্টুডিঅ’
  • আমাজন ষ্টুডিঅ'ছ
  • গোজি এজিবিঅ'
  • মিডনাইট ৰেডিঅ'
  • পিকেএম
  • পিক্ৰ'
  • ডিটুআৰ ফিল্মছ
সম্প্ৰচাৰ
মূল ছেনেল আমাজন প্ৰাইম ভিডিঅ'

কলা-কুশলী

সম্পাদনা কৰক
  • বৰুণ ধৱন - ৰাহী "বানি" গম্ভীৰ
  • সামান্থা ৰুথ প্ৰভু - হানি
  • কে কে মেনন
  • ছিমৰণ
  • সোহম মজুমদাৰ
  • শিৱংকিত সিং পৰিহাৰ
  • কাশৱী মাজমুন্দৰ
  • চাকিব চেলীম
  • চিকন্দৰ খেৰ
  • এম্মা কেনিং - ডালিয়া আৰ্চাৰ

২০২২ চনৰ ডিচেম্বৰ মাহত এণ্টনি ৰুছ’ আৰু জো ৰুছ’ই চিটাডেলৰ এটি ভাৰতীয় স্পিন অফৰ কথা ঘোষণা কৰে।[2]

কলা-কুশলী নিৰ্বাচন

সম্পাদনা কৰক

বৰুণ ধৱন আৰু সামান্থা ৰুথ প্ৰভুৱে ক্ৰমে হানি আৰু বানিৰ চৰিত্ৰত ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[3]

চিত্ৰগ্ৰহণ

সম্পাদনা কৰক

২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হৈছিল।[4] ছাৰ্বিয়া আৰু ভাৰতত ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল।[5] ২০২৩ চনৰ ১৩ জুলাইত ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণৰ কাৰ্যসূচীৰ সমাপ্তি ঘটে।[6]

  1. "Raj Nidimoru and Krishna DK drop photos with Citadel team, Varun Dhawan and Samantha Ruth Prabhu; spark speculations about a teaser". Bollywood Hungama. 30 January 2024. https://www.bollywoodhungama.com/news/features/raj-nidimoru-krishna-dk-drop-photos-citadel-team-varun-dhawan-samantha-ruth-prabhu-spark-speculations-teaser/. 
  2. White, Peter (20 December 2022). "'Citadel': Varun Dhawan To Star In Indian Series Set In Amazon Franchise". Deadline. https://deadline.com/2022/12/citadel-varun-dhawan-to-star-in-indian-series-set-in-amazon-franchise-1235202848/. 
  3. Ramachandran, Naman (19 March 2024). "Varun Dhawan, Samatha Ruth Prabhu's Indian Version of Russo Brothers Prime Video 'Citadel' Series Sets Title, Reveals Cast (EXCLUSIVE)". Variety. https://variety.com/2024/tv/news/varun-dhawan-samatha-ruth-prabhu-indian-version-citadel-series-1235945422/. 
  4. "Russo Brothers announce Varun Dhawan as the lead of Citadel in India; shooting begins in January 2023 : Bollywood News - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. 20 December 2022. https://www.bollywoodhungama.com/news/bollywood/russo-brothers-announce-varun-dhawan-lead-citadel-india-shooting-begins-january-2023/। আহৰণ কৰা হৈছে: 30 July 2023. 
  5. Rajput, Priyanca (27 June 2023). "Varun Dhawan's debut series Citadel to shoot in Serbia for Prime Video". KFTV. https://www.kftv.com/news/2023/05/30/varun-dhawans-debut-series-citadel-to-shoot-in-serbia-for-prime-video. 
  6. Chowdhury, Madhumanti Pait (13 July 2023). "Samantha Ruth Prabhu Wraps Citadel : "The Family I Didn't Know I Needed"". NDTV. https://www.ndtv.com/entertainment/samantha-ruth-prabhu-wraps-citadel-the-family-i-didnt-know-i-needed-4204348. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক