চিটাডেল: হানি বানি
চিটাডেল: হানি বানি (ইংৰাজী: Citadel: Honey Bunny) হৈছে চোৰাংচোৱা একচন থ্ৰিলাৰধৰ্মী এখন আগন্তুক ভাৰতীয় টিভি ধাৰাবাহিক। ই আমেৰিকান টিভি ধাৰাবাহিক চিটাডেলৰ এটি স্পিন-অফ। ধাৰাবাহিকখনৰ নিৰ্মাণ, ৰচনা তথা পৰিচালনা কৰিছে ৰাজ এণ্ড ডিকে আৰু সীতা আৰ. মেননে। ধাৰাবাহিকখনত অভিনয় কৰিছে বৰুণ ধৱন, সামান্থা ৰুথ প্ৰভু, চিকন্দৰ খেৰ, কে কে মেনন, চাকিব চেলীম আৰু এম্মা কেনিঙে৷[1]
চিটাডেল: হানি বানি | |
---|---|
শৈলী |
|
নিৰ্মাতা | ৰাজ এণ্ড ডিকে |
পৰিচালক |
|
অভিনয়ত |
|
দেশ | ভাৰত |
ভাষা | হিন্দী |
প্ৰযোজনা | |
কাৰ্যবাহী প্ৰযোজক |
|
প্ৰযোজক |
|
স্থান | ভাৰত |
চিত্ৰগ্ৰহণকাৰী | |
ষ্টুডিঅ’ |
|
সম্প্ৰচাৰ | |
মূল ছেনেল | আমাজন প্ৰাইম ভিডিঅ' |
কলা-কুশলী
সম্পাদনা কৰক- বৰুণ ধৱন - ৰাহী "বানি" গম্ভীৰ
- সামান্থা ৰুথ প্ৰভু - হানি
- কে কে মেনন
- ছিমৰণ
- সোহম মজুমদাৰ
- শিৱংকিত সিং পৰিহাৰ
- কাশৱী মাজমুন্দৰ
- চাকিব চেলীম
- চিকন্দৰ খেৰ
- এম্মা কেনিং - ডালিয়া আৰ্চাৰ
উৎপাদন
সম্পাদনা কৰকঘোষণা
সম্পাদনা কৰক২০২২ চনৰ ডিচেম্বৰ মাহত এণ্টনি ৰুছ’ আৰু জো ৰুছ’ই চিটাডেলৰ এটি ভাৰতীয় স্পিন অফৰ কথা ঘোষণা কৰে।[2]
কলা-কুশলী নিৰ্বাচন
সম্পাদনা কৰকবৰুণ ধৱন আৰু সামান্থা ৰুথ প্ৰভুৱে ক্ৰমে হানি আৰু বানিৰ চৰিত্ৰত ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[3]
চিত্ৰগ্ৰহণ
সম্পাদনা কৰক২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হৈছিল।[4] ছাৰ্বিয়া আৰু ভাৰতত ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল।[5] ২০২৩ চনৰ ১৩ জুলাইত ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণৰ কাৰ্যসূচীৰ সমাপ্তি ঘটে।[6]
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Raj Nidimoru and Krishna DK drop photos with Citadel team, Varun Dhawan and Samantha Ruth Prabhu; spark speculations about a teaser". Bollywood Hungama. 30 January 2024. https://www.bollywoodhungama.com/news/features/raj-nidimoru-krishna-dk-drop-photos-citadel-team-varun-dhawan-samantha-ruth-prabhu-spark-speculations-teaser/.
- ↑ White, Peter (20 December 2022). "'Citadel': Varun Dhawan To Star In Indian Series Set In Amazon Franchise". Deadline. https://deadline.com/2022/12/citadel-varun-dhawan-to-star-in-indian-series-set-in-amazon-franchise-1235202848/.
- ↑ Ramachandran, Naman (19 March 2024). "Varun Dhawan, Samatha Ruth Prabhu's Indian Version of Russo Brothers Prime Video 'Citadel' Series Sets Title, Reveals Cast (EXCLUSIVE)". Variety. https://variety.com/2024/tv/news/varun-dhawan-samatha-ruth-prabhu-indian-version-citadel-series-1235945422/.
- ↑ "Russo Brothers announce Varun Dhawan as the lead of Citadel in India; shooting begins in January 2023 : Bollywood News - Bollywood Hungama" (en ভাষাত). Bollywood Hungama. 20 December 2022. https://www.bollywoodhungama.com/news/bollywood/russo-brothers-announce-varun-dhawan-lead-citadel-india-shooting-begins-january-2023/। আহৰণ কৰা হৈছে: 30 July 2023.
- ↑ Rajput, Priyanca (27 June 2023). "Varun Dhawan's debut series Citadel to shoot in Serbia for Prime Video". KFTV. https://www.kftv.com/news/2023/05/30/varun-dhawans-debut-series-citadel-to-shoot-in-serbia-for-prime-video.
- ↑ Chowdhury, Madhumanti Pait (13 July 2023). "Samantha Ruth Prabhu Wraps Citadel : "The Family I Didn't Know I Needed"". NDTV. https://www.ndtv.com/entertainment/samantha-ruth-prabhu-wraps-citadel-the-family-i-didnt-know-i-needed-4204348.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- চিটাডেল: হানি বানি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।