Alo_Moi.ogg(Ogg Vorbis sound file, length 9 min 18 s, 100 kbps, file size: 6.67 MB)

এই ফাইলটো ৱিকিমিডিয়া কমন্সৰ পৰা আমদানি কৰা হৈছে। ফাইল বিৱৰণ পৃষ্ঠাৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হ’ল ।
ৱিকিমিডিয়া কমন্স এটা মুক্ত অনুজ্ঞাপত্ৰ মিডিয়াৰ ভঁৰাল। আপুনিও ইচ্ছা কৰিলে এই প্ৰকল্পত সহায় কৰিব পাৰে

সাৰাংশ

বিৱৰণ
English: Borgeet
তাৰিখ
উৎস Borgeet by Dr. Ashwini Bhide-Deshpande
লেখক Dr. Ashwini Bhide-Deshpande

গীতৰ কথা:

ৰাগ : ভাটিয়ালী

ধ্ৰুং আলো ম‍ই কি কহবো দুখ।

পৰাণ নিগৰে নেদেখিয়া চান্দ মুখ॥

পদ : কত পুণ্যে লভিলো গুণেৰ নিধি শ্যাম।

বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম ॥

শ্যাম কানু বিনে মোৰ না ৰহে জীৱন ।

হাঁ শ্যাম বুলিতে আকুল কৰে মন ॥

দিৱস ন যাই সুখে ন যাই ৰয়নী ।

চান্দ চন্দন মন্দ পৱন বৈৰিণী ॥

কোথা যাওঁ কোথা থাকো কিবা কৰে মন ।

কানাইৰ নেওচনি দিও সবে বন্ধু জন ॥

শ্যাম বন্ধু বিনে জীৱনত কিবা কাজ ।

বিৰহ অনল জ্বলে হৃদয়ৰ মাজ ॥

নজানো দাৰুণ বিধি কি কৰে বিপত্তি ।

কহয় মাধৱ ৰাংগা পদে মোৰ গতি ॥

অনুজ্ঞাপত্ৰ

w:en:Creative Commons
স্বীকৃতিপ্ৰদান একে ধৰণে চেয়াৰ কৰক
আপুনি স্বাধীনভাৱে:
  • বিতৰণ কৰিব পাৰে – কামটো নকল (কপি), বিতৰণ আৰু প্ৰেৰণ কৰিবলৈ
  • পুনৰ্মিশ্ৰণ কৰিবলৈ – কামটো অভিযোজন কৰিবলৈ
তলত উল্লেখ কৰা চৰ্ত্তসমূহৰ ভিত্তিত:
  • স্বীকৃতিপ্ৰদান – আপুনি প্ৰয়োজনীয় স্বীকৃতি দিয়াৰ লগতে অনুজ্ঞাপত্ৰলৈ লিংক আৰু কোনো সালসলনিৰ ইংগিত দিব লাগিব। আপুনি এয়া উপযুক্ত ধৰণেৰে দিব পাৰে, মাত্ৰ অনুজ্ঞাপত্ৰধাৰীয়ে আপোনাক বা আপোনাৰ কামক মঞ্জুৰী জনোৱাৰ দৰে নিলিখিব।
  • একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।

কেপ্‌চন

এই ফাইলে কি প্ৰতিনিধিত্ব কৰে তাৰ এটা শাৰীত ব্যাখ্যা কৰক

Items portrayed in this file

depicts ইংৰাজী

copyright status ইংৰাজী

copyrighted ইংৰাজী

inception ইংৰাজী

৫ ছেপ্টেম্বৰ 2012

media type ইংৰাজী

application/ogg

checksum ইংৰাজী

dafd619c8e08172b459114c8a99437ed9e8e4354

determination method ইংৰাজী: SHA-1 ইংৰাজী

data size ইংৰাজী

৬৯,৯০,৩৮৫ বাইট

duration ইংৰাজী

৫৫৮.০৮ ছেকেণ্ড

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান09:08, 5 September 20129 min 18 s (6.67 MB)Himjyoti~commonswikiUser created page with UploadWizard

তলত দিয়া 2 পৃষ্ঠাবোৰে এই ফাইলটো ব্যৱহাৰ কৰে:

ফাইলৰ গোলকীয় ব্যৱহাৰ

তলত দিয়া আন ৱিকিসমূহে এই ফাইলটো ব্যৱহাৰ কৰে:

মেটাডেটা

"https://as.wikipedia.org/wiki/চিত্ৰ:Alo_Moi.ogg"ৰ পৰা অনা হৈছে