বিৱৰণEntrance of Barechahariya Bhaona Mahotsav.jpg
অসমীয়া: বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা। 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ৷ গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা৷ এই ভাওনাই প্ৰায় ২১৩ বছৰ ধৰি এই অঞ্চলৰ ঐতিহ্য বহন কৰি আহিছে। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুস্থিত হৈ আহিছে।
English: Entrance of Barechahariya Bhaona Mahotsav. Barechahariya Bhaona (Assamese: বাৰেচহৰীয়া ভাওনা) is one of the unique socio-religious cultural festivals of Assam which is organized in Jamugurihat, a village under Sonitpur District in every 5 years. It has been observed for the last 200 and more years.
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।