অসমীয়া: ৰামকুইৱাংবে জেমে নিউমে অসমৰ একমাত্ৰ পৰ্বতীয়া জিলা ডিমা হাছাওৰ এগৰাকী সমাজকৰ্মী। স্ত্ৰী শিক্ষা আৰু হেৰাকা ধৰ্মৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ২০২৩ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে। তেখেতে পদ্মশ্ৰী বঁটা গ্ৰহণৰ সময়ত প্ৰকাশ পোৱা বাতৰিসমূহত তেখেতৰ নাম বিভিন্ন ধৰণে প্ৰকাশ পায়। এই ভিডিঅ'ত নিজৰ নাম সম্পৰ্কে জেমে নিউমেৰ ভাষ্য সন্নিৱিষ্ট কৰা হৈছে।
English: Ramkuwangbe Jeme Newme is a social worker from Dima Hasao district of Assam. He has been awarded the Padma Shri in 2023 for his contribution in the field of women's education and advancement of the Heraka religion. His name was found to have been spelled differently in various newspapers that surfaced during his receiving of the Padma Shri award. In the above attached video he shares the actual pronunciation of his name.
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।