JyotiPN
Assamese Wikimedian
নাম প্ৰাণজ্যোতি নাথ
লিংগ Female
জন্ম স্থান যোৰহাট, অসম
বৰ্তমান সময় ১৩ জুলাই ২০২৪, ২১:৫৩ (ভা মা স)
১৩ জুলাই ২০২৪, শনিবাৰ, ১৬:২৩ (ইউ টি চি)
জাতীয়তা ভাৰত ভাৰতীয়
শিক্ষা আৰু নিযুক্তি
পেচা freelance writer
যোগাযোগ
ব্লগ http://nathpranjyoti.blogspot.com/
ই-মেইল pranjyoti.kalita.nath@gmail.com
প্ৰাণজ্যোতি নাথৰ সদস্য পৃষ্ঠালৈ স্বাগতম

মই প্ৰাণজ্যোতি নাথ, এগৰাকী সৎ, অসমীয়া ৱিকিপিডিয়ান। মই অসমীয়া বিকিপিডিয়া আৰু ৱিকিউৎসত সম্পাদনা কৰি ভালপাওঁ। সংখ্যাত তাকৰ যদিও মন গ'লে মই কেতিয়াবা ইংৰাজী ৱিকি, ৱিকিউৎস আৰু বঙালী ৱিকিউৎসত সম্পাদনাৰ কাম কৰোঁ। আগলৈ মই হিন্দী ৱিকিতো কাম কৰাৰ আগ্ৰহ ৰাখিছোঁ। আজৰি সময়খিনি ভালভাৱে কটোৱাৰ উদ্দেশ্যে মই ৱিকিত কাম কৰোঁ।

JyotiPN সদস্য নামৰ উপৰিও Pranjyoti KNath আৰু Scatter2021 উপনামেৰে সম্পাদনা কৰোঁ।

দেবানন্দ উলুপ, মই অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা প্ৰথমটো প্ৰবন্ধ।


সানমিহলি
এই সদস্যজন ৱিকিপিডিয়াত ৬ বছৰ আৰু ১৩ দিন ধৰি আছে।
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
<উৎস> এই সদস্যজনে তথ্যসূত্ৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে।
এই সদস্যজনে ৱিকিপিডিয়াত উদ্ধৃতি প্ৰদান কৰিবলৈ প্ৰুভ ইট্‌ সঁজুলি ব্যৱহাৰ কৰে।
এই সদস্যজনে Mozilla Firefox ব্ৰাউজাৰ ব্যৱহাৰ কৰি অৱদান আগবঢ়ায়।
ব্যবহাৰকাৰীৰ বাবেল তথ্য
as-N এই ব্যবহাৰকাৰীৰ অসমীয়াৰ ওপৰত মাতৃভাষাৰ সমকক্ষ জ্ঞান আছে।
en-2 This user has intermediate knowledge of English.
hi-2 इस सदस्य को हिन्दी का मध्यम स्तर का ज्ञान है।
bn-1 এ ব্যবহারকারীর বাংলা ভাষার উপরে সাধারণ ধারণা রয়েছে।
ভাষা অনুযায়ী ব্যৱহাৰকাৰী
[প্ৰবন্ধ সৃষ্টি]
[গোলকীয় বৰঙণি]