চিত্ৰ চিন্তা (ইংৰাজী: Chitra Chinta) গৌহাটী চাইন ক্লাৱৰ দ্বাৰা বছৰেকীয়া ভাৱে প্ৰকাশিত এখন চলচ্চিত্ৰ আলোচনী। এই আলোচনীখনৰ গুৰিধৰোঁতা আছিল অসমৰ উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়া। তেখেতে এই আলোচনীখন প্ৰথমৰ খণ্ড কেইটা নিয়মিতভাৱে প্ৰকাশ কৰিছিল। বৰ্তমান এই আলোচনীখন এখন পৰিপূৰ্ণ চলচ্চিত্ৰ আলোচনীলৈ পৰিণত হৈছে। এই আলোচনীখনে প্ৰাগ চিনে এৱাৰ্ডৰ দৰে সন্মানীয় বঁটা লাভ কৰিব সক্ষম হৈছিল।[1]

চিত্ৰ চিন্তা

আলোচনীখনৰ বেটুপাত
পূৰ্বৰ সম্পাদক কনক চন্দ্ৰ কলিতা (২০০৩-২০০৫)
মৃগেন দাস (২০০৬)
ৰঞ্জিত দাস (২০০৭)
মাধুৰীমা বৰুৱা (২০০৮)
প্ৰকাৰ চলচ্চিত্ৰ আলোচনী
প্ৰকাশনৰ হাৰ বাৰ্ষিক
কোম্পানী গৌহাটী চিনে ক্লাৱ
দেশ অসম  ভাৰত
ভিত্তি গুৱাহাটী
ভাষা অসমীয়া



লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Chitra Chinta". GCC. Archived from the original on 24 July 2010. https://web.archive.org/web/20100724193019/http://gauhaticineclub.org/publications.html। আহৰণ কৰা হৈছে: 2 February 2010. 

বাহ্যিক সংযোগ সম্পাদনা কৰক