চিলাৰায় মহাবিদ্যালয়

অসমৰ শিক্ষানুষ্ঠান


চিলাৰায় মহাবিদ্যালয় (ইংৰাজী: Chilarai College) হৈছে ১৯৭৩ চনত স্থাপিত অসমধুবুৰীৰ গোলকগঞ্জত অৱস্থিত স্নাতক মহলাৰ সহ-শিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷[1]

চিলাৰায় মহাবিদ্যালয়
স্থাপিত ১৯৭৩
ধৰণ ৰাজহুৱা
স্থান গোলকগঞ্জ, ধুবুৰী, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.chilaraicollege.co.in

বিভাগ সম্পাদনা কৰক

কলা আৰু ব্যৱস্থাপনা সম্পাদনা কৰক

  • অসমীয়া
  • বঙালী
  • ইংৰাজী
  • সংস্কৃত
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • ৰাজনীতি বিজ্ঞান
  • ব্যৱস্থাপনা

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক