চিৰঞ্জীৱ দত্ত

ভাৰতীয় কাৰ্টুনিষ্ট

চিৰঞ্জীৱ দত্ত (ইংৰাজী: Chiranjeev Dutta) অসমৰ এগৰাকী কাৰ্টুনিষ্ট৷ তেওঁ অসমৰ প্ৰায়বোৰ কাকত-আলোচনীত কাৰ্টুন আঁকি জনপ্ৰিয় হৈছিল৷ কাৰ্টুন আঁকিবলৈ তেওঁ কেতিয়াও তুলিকা ব্যৱহাৰ কৰা নাছিল, পৰিৱৰ্তে তেওঁ 'ৰটৰিং' পেন ব্যৱহাৰ কৰি কাৰ্টুন আঁকিছিল৷ ৫৫ বছৰ বয়সত তেওঁৰ গুৱাহাটীৰ হাতীগড় চাৰিআলিত মৃত্যু হয়৷[1]

জন্ম আৰু পৰিয়াল সম্পাদনা কৰক

শিক্ষা সম্পাদনা কৰক

কৰ্মজীৱন সম্পাদনা কৰক

অসমীয়া ভাষাগুৱাহাটীৰ পৰা প্ৰকাশিত বিনোদনধৰ্মী আলোচনী বিস্ময়ত তেখেত কৰ্মৰত আছিল। বিস্ময়ৰ লগতে কেইবাখনো বাতৰি কাকত-আলোচনীত সুদীৰ্ঘ সময়জুৰি তেখেতে কাৰ্টুন অংকন কৰিছিল।

সৃষ্টি সম্ভাৰ সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

২০২২ চনৰ ২৬ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ নিজা বাসভৱনত তেখেতৰ মৃত্যু হয়।[2]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ অকাল মৃত্যু, নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ, ২০২২
  2. "Assam based cartoonist Chiranjeev Dutta passes away". India Today NE. 27 November 2022. https://www.indiatodayne.in/amp/assam/story/assam-based-cartoonist-chiranjeev-dutta-passes-away-475362-2022-11-26.