চীন মান সময়
চীন মান সময় অথবা বেইজিং সময় হৈছে গণপ্ৰজাতন্ত্ৰী চীনৰ (পিআৰসি) বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰিনিছৰ সৈতে ইয়াৰ সময় পাৰ্থক্য ইউটিসি+৮।[1]
পূৰ্ব এছিয়াৰ মালয়েছেয়া আৰু ফিলিপাইন সহ অন্যান্য অঞ্চলত একেই অফসেট সময় বিভিন্ন নামত ব্যৱহৃত হয় যেনে শাংগিওয়ান মান সময়, হংকং মান সময়, মাকাউ মান সময়, ছিঙ্গাপুৰ মান সময়, ফিলিপাইন মান সময় ইত্যাদি। উদাহৰণ স্বৰূপে, ইউটিসিত মধ্যৰাতি চীন মান সময়ৰ বাবে পূৱা ৮ বজা।
গণপ্ৰজাতন্ত্ৰী চীনত ১৯৮৬ পৰা ১৯৯১ পৰ্যন্ত দিবালোক সংৰক্ষণ সময় মানি চলিছিল, কিন্তু আৰু নকৰিলে।[2]
তথ্যসূত্ৰ সম্পাদনা কৰক
- ↑ "Time Zone". Official Website. Foreign Affairs Office of the People's Government of Yunnan Province. 2007-08-29. http://www.yfao.gov.cn/Enshow2.aspx?id=138। আহৰণ কৰা হৈছে: 2008-07-26. "Beijing Time or China standard time is 8 hours ahead of GMT."
- ↑ "Chinese political advisors make suggestions on resource saving". Chinese Government's Official Web Portal. People's Republic of China. 2007-07-07. http://www.gov.cn/english/2007-07/07/content_675959.htm। আহৰণ কৰা হৈছে: 2008-07-26. "China tried out summer time from 1986 to 1991."