এছিয়া
মহাদেশ
এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে।
মাটিকালি | 4,45,79,000 বৰ্গ কি.মি. (1,72,12,000 বৰ্গ মাইল)[1] |
---|---|
জনসংখ্যা | 3,879,000,000 (1st)[2] |
জনঘনত্ব | 87/km2 (225/sq mi) |
বাসিন্দা | এছিয়ান |
দেশসমূহ | 48 (তালিকা) |
অধীনস্থ অঞ্চলসমূহ | তালিকা |
অস্বীকৃত অঞ্চলসমূহ | তালিকা |
ভাষাসমূহ | ভাষাসমূহৰ তালিকা |
সময় অঞ্চলসমূহ | UTC+2 ৰ পৰা UTC+12 লৈ |
ইন্টাৰনেট TLD | .asia |
বৃহত্তম নগৰসমূহ | তালিকা |
ক্ষেত্ৰ
সম্পাদনা কৰক- দক্ষিণ এছিয়া
- পূব এছিয়া
- পশ্চিম এছিয়া
- দক্ষিণ পূব এছিয়া
- মধ্য এছিয়া
দেশৰ সূচী
সম্পাদনা কৰক- আফগানিস্তান
- আৰ্মেনিয়া
- আজাৰবাইজান
- বাহৰেইন
- বাংলাদেশ
- ভূটান
- ব্ৰুনেই
- কম্বোডিয়া
- চীন
- চাইপ্ৰাছ
- পূৱ টিমুৰ
- ইজিপ্ত
- জৰ্জিয়া
- ভাৰত
- ইণ্ডোনেছিয়া
- ইৰাণ
- ইৰাক
- ইজৰাইল
- জাপান
- জৰ্ডান
- কাজাখাস্তান
- কুৱেইট
- কিৰগিজস্তান
- লাউচ
- লেবানন
- মালয়েছিয়া
- মালদ্বীপ
- মংগোলিয়া
- ম্যানমাৰ
- নেপাল
- উত্তৰ কোৰিয়া
- ওমান
- পাকিস্তান
- পেলেষ্টাইন
- ফিলিপাইন
- কাটাৰ
- ৰাছিয়া
- চৌদি আৰৱ
- ছিংগাপুৰ
- দক্ষিণ কোৰিয়া
- শ্ৰীলঙ্কা
- ছিৰিয়া
- তাজিকিস্তান
- থাইলেণ্ড
- তুৰস্ক
- তুৰ্কমেনিস্তান
- সংযুক্ত আৰৱ আমিৰাত
- উজবেকিস্তান
- ভিয়েটনাম
- য়েমেন
ৰাষ্ট্ৰসংঘৰ পৰা স্বীকৃতি নোপোৱা দেশসমূহ:
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ National Geographic Family Reference Atlas of the World. প্ৰকাশক Washington, D.C.: National Geographic Society (U.S.). 2006. পৃষ্ঠা. 264.
- ↑ "Continents of the World". The List. Worldatlas.com. http://www.worldatlas.com/geoquiz/thelist.htm। আহৰণ কৰা হৈছে: 25 July 2011.