চুইগী (ইংৰাজী: Swiggy) হৈছে গ্ৰাহকে অনলাইন মাধ্যমেৰে খাদ্য অৰ্ডাৰ কৰিব পৰা আৰু ঘৰতে পাব পৰা এটা ৱেব প্লেটফৰ্ম। ২০১৪ চনত প্ৰতিষ্ঠা হোৱা চুইগীয়ে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ তথ্য মতে ৫০০ খনতকৈও অধিক ভাৰতৰ চহৰত ব্যৱসায় কৰে৷[3][4] খাদ্য বিতৰণৰ লগতে চুইগী-এ Instamart নামেৰে খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু "Swiggy Genie" নামেৰে ক্ষিপ্ৰভাৱে বিভিন্ন পেকেট বিতৰণ কৰে।

চুইগী
soft2i
ইউ আৰ এল www.swiggy.com
পঞ্জীয়ন বৈকল্পিক
ভাষা ইংৰাজী es-us
স্বত্বাধিকাৰী Naspers (৩৬.০১%)[1]
প্ৰতিস্থাপক শ্ৰীহৰ্ষ মজেটি
নন্দন ৰেড্ডী
ৰাহুল জৈমিনি
উদ্যোগ অনলাইন খাদ্য ব্যৱসায়
স্থাপিত জুলাই ২০১৪; ৯ বছৰ  আগতে (2014-07)
কৰ্মক্ষেত্ৰ ৫০০তকৈ অধিক ভাৰতৰ চহৰ
ৰাজহ বৃদ্ধি ২,৭৭৬ কোটি (৩৮৯.২ মিলিয়ন ডলাৰ) (2020)[2]
বৰ্তমান স্থিতি সক্ৰিয়

বিত্তীয় দিশ সম্পাদনা কৰক

বৰ্ষ আয় (কোটিৰ হিচাপত) লাভ/লোকচান (কোটিৰ হিচাপত)
বিত্তীয় বৰ্ষ ২০১৫   ০.১১   -২.১
বিত্তীয় বৰ্ষ ২০১৬   ২০.০১   -১৩৭
বিত্তীয় বৰ্ষ ২০১৭   ১৩২.২   -২০৫.১
বিত্তীয় বৰ্ষ ২০১৮   ৪৪২   -৩৯৩
বিত্তীয় বৰ্ষ ২০১৯   ১১২৮.৩   -২৩৬১.৮
বিত্তীয় বৰ্ষ ২০২০   ২৬৯৩  -৩৯০৮.৫
বিত্তীয় বৰ্ষ ২০২১   ২১৪৫   -১৩১৪

তথ্য উৎস সম্পাদনা কৰক