কৰ্ণাটক

দক্ষিণ ভাৰতৰ এখন ৰাজ্য


কৰ্ণাটক (কন্নড়: ಕರ್ನಾಟಕ) দক্ষিণ ভাৰতৰ এখন ৰাজ্য। ১৯৫৬ চনৰ ১ নবেম্বৰত ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত এই ৰাজ্য গঠন হয়। ৰাজ্যখনৰ প্ৰাচীন নাম আছিল মহীশূৰ ৰাজ্য। ১৯৭৩ চনত ৰাজ্যখনৰ নাম কৰ্ণাটকলৈ সলনি হয়।

কৰ্ণাটক
Karnataka
ಕರ್ನಾಟಕ
ভাৰতৰ মানচিত্ৰত কৰ্ণাটকৰ অৱস্থান
ভাৰতৰ মানচিত্ৰত কৰ্ণাটকৰ অৱস্থান
Coat of arms of কৰ্ণাটক Karnataka
দেশ  ভাৰত
Region দক্ষিণ ভাৰত
Formation ১ নবেম্বৰ ১৯৫৬
ৰাজধানী চহৰ বাংগালোৰ (বেংগালুৰু)
বৃহৎ চহৰ Bangalore
Districts 30
চৰকাৰ
 • পৰিচালনা কৰ্ণাটক চৰকাৰ
 • Governor Vajubhai Vala
 • Chief Minister Siddaramaiah (INC)
 • Legislature Bicameral (224 + 75 seats)
 • High Court Karnataka High Court
কালি
 • মুঠ 1,91,791 km2 (74,051 sq mi)
 • স্থান 7th
জনসংখ্যা
 (2011)[2]
 • মুঠ 6,11,30,704
 • স্থান 8th
 • ঘনত্ব 320/km2 (830/sq mi)

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "State-wise break up of National Parks". Wildlife Institute of India. Government of India. Archived from the original on 22 June 2008. http://www.wii.gov.in/nwdc/nparks.htm। আহৰণ কৰা হৈছে: 12 June 2007. 
  2. "Figures at a glance". 2011 Provisional census data. Ministry of Home Affairs, Government of India. http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/karnataka/3-figure-7.pdf। আহৰণ কৰা হৈছে: 17 September 2011. 
  3. "The Karnataka Local Authorities (Official Language) Act, 1981" (PDF). http://dpal.kar.nic.in/.%5C30%20of%201981%20%28E%29.pdf। আহৰণ কৰা হৈছে: 9 December 2011. 
  4. "The New Indian Express (IBN Live) - Namaskara, Swalpa Swalpa Kannada Gottu". Ibnlive.in.com. Archived from the original on 3 July 2014. https://web.archive.org/web/20140703233153/http://ibnlive.in.com/news/namaskara-swalpa-swalpa-kannada-gottu/200001-60-115.html। আহৰণ কৰা হৈছে: 9 December 2011. 
  5. "Population and Literacy Rate of cities in Karnataka". http://updateox.com/india/26-populated-cities-karnataka-population-sex-ratio-literacy/। আহৰণ কৰা হৈছে: 19 June 2012.