চেপেটা লতা

এবিধ লতাজাতীয় উদ্ভিদ

চেপেটা লতা (বৈজ্ঞানিক নাম: Cayratia trifolia) হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ লতাজাতীয় উদ্ভিদ। ই এছিয়া আৰু অষ্ট্ৰেলিয়াৰ থলুৱা উদ্ভিদ। ইয়াৰ ইংৰাজী নাম হৈছে, বুছ গ্ৰেপ (bush Grape), ফক্স−গ্ৰেপ (fox-grape), থ্ৰী−লিভড−ৱাইল্ড ভাইন (three-leaved wild vine) বা থ্ৰীলিফ কাইৰাচিয়া (threeleaf cayratia)। ইয়াৰ বীজবোৰ ক’লা বৰণৰ আৰু পাতত চাইনিডিন আৰু ডেলফিনিডিনৰ দৰে সুগন্ধী থাকে। ইয়াৰ পাত, কাণ্ড আৰু শিপাত হাইড্ৰ’চায়েনিক এচিড থাকে বাবে ইয়াৰ সোৱাদ টেঙা। বহু ঠাইত এই উদ্ভিদক নল টেঙা বুলি কয়।

চেপেটা লতা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Vitales
পৰিয়াল: Vitaceae
গণ: Cayratia
প্ৰজাতি: C. trifolia
বৈজ্ঞানিক নাম
C. trifolia
(L.) Domin
সমাৰ্থক
  • Vitis trifolia L.

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  • USDA, ARS, Germplasm Resources Information Network. চেপেটা লতা in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service.
  • G. J. H. Grubben, O. A. Denton. Vegetables. Backhuys Publishers. পৃষ্ঠা. 166. 
  • Ian W. B. Thornton (1997). Krakatau. Harvard University Press. পৃষ্ঠা. 121, 155. 
  • C. P. Khare (2008). Indian Medicinal Plants. Springer. পৃষ্ঠা. 132.