ছাংহাই
ছাংহাই জনসংখ্যাৰ ফালৰ পৰা চীনৰ সৰ্ববৃহৎ মহানগৰ[1][2] আৰু বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চিটি প্ৰপাৰ (city proper)৷[3] এই মহানগৰ চীনৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ ভিতৰত থকা চাৰিখন নগৰপালিকা (direct-controlled municipalities)ৰ এখন৷ ২০১৩ চনত ছাংহাই মহানগৰৰ জনসংখ্যা আছিল ২৪ মিলিয়নৰো অধিক৷[4] এই মহানগৰ এক আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক কেন্দ্ৰ[5] আৰু পৰিবহণৰো মূলকেন্দ্ৰ৷[6]
ছাংহাই 上海市 |
|
---|---|
— Municipality — | |
Shanghai Municipality | |
Clockwise from top: A view of the Pudong skyline, Yu Garden, China Pavilion along with the Expo Axis, neon signs on Nanjing Road, and The Bund | |
Location of Shanghai Municipality in China | |
Country | ![]() |
Settled | 5th–7th century |
Incorporated - Town |
|
- County | 1292 |
- Municipality | 7 July 1927 |
Divisions;- County-level - Township- level |
16 districts, 1 county |
চৰকাৰ | |
- প্ৰকাৰ | Municipality |
- CPC Secretary | Han Zheng |
- Mayor | Yang Xiong |
- Congress Chairman | Yin Yicui |
- Conference Chairman | Wu Zhiming |
মাটিকালি | |
- Municipality | ৬,৩৪০.৫ কি.মি.২ (২,৪৪৮.১ বৰ্গ মাইল) |
- পানী | ৬৯৭ কি.মি.২ (২৬৯.১ বৰ্গ মাইল) |
জনসংখ্যা (২০১৪) | |
- Municipality | ২,৪২,৫৬,৮০০ জন |
ছাংহাই পূব চীনত য়াংজে নদীৰ অৱবাহিকাত অৱস্থিত৷ এই মহানগৰৰ উত্তৰে জিয়াংছু প্ৰদেশ (Jiangsu), দক্ষিণ আৰু পশ্চিমে ঝেজিয়াং ( Zhejiang) আৰু পূবে পূব চীন সাগৰ (East China Sea)-এ আৱৰি আছে৷[7]
বহু শতিকাৰ পৰাই ব্যৱসায়-বাণিজ্য আৰু শাসনব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈ থকা ছাংহাইক উনৈশ শতিকাত ইউৰোপীয়ানসকলে অৰ্থনৈতিক আৰু ভৌগোলিকভাৱে গুৰুত্বপূৰ্ণ বুলি চিনাক্ত কৰাৰ পৰা সমৃদ্ধিৰ পথত আগুৱাবলৈ ধৰে৷ প্ৰথম কানি যুদ্ধ (First Opium War) ত ব্ৰিটিছে চীন জয় কৰাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে বৈদেশিক বাণিজ্যৰ বাবে মুকলি কৰি দিয়া পাঁচখন প্ৰদেশৰ ভিতৰত ছাংহাই অন্যতম৷ ইয়াৰ পিছত ১৮৪২ চনৰ নেনকিঙৰ সন্ধি (Treaty of Nanking) আৰু ১৮৪৪ চনৰ হুৱামপোআ সন্ধি (Treaty of Whampoa)-য়ে ছাংহাই আন্তৰাষ্ট্ৰীয় অৱস্থান (Shanghai International Settlement) আৰু ফ্ৰেন্স কনছেছ’ন (French Concession) -ৰ প্ৰতিষ্ঠাৰ বাট মুকলি কৰে৷ ইয়াৰ লগে লগে এই মহানগৰী পূব আৰু পশ্চিমৰ মাজত বাণিজ্যৰ কেন্দ্ৰৰূপে ১৯৩০-ৰ সময়ত সমৃদ্ধ হ’বলৈ আৰম্ভ কৰে৷[8] অৱশ্যে ১৯৪৯ চনত কমিউনিষ্ট শাসনৰ আৰম্ভ হোৱাত এই বাণিজ্যক কেৱল কিছু দেশ (socialist countries)-ত কেন্দ্ৰীভূত কৰা হয় আৰু ইয়াৰ ফলত এই নগৰীৰ আন্তৰ্জাতিক প্ৰভাৱ হ্ৰাস পায়৷[9]
ছাংহাই মহানগৰী এক প্ৰখ্যাত পৰ্য্যটন কেন্দ্ৰ৷ এই মহানগৰীত অৱস্থিত বিভিন্ন ঐতিহাসিক কৃতীচিহ্ন যেনে The Bund, City God Temple আৰু Yu Garden আদিৰ লগতে Lujiazui ৰ অপূৰ্ব স্কাইলাইন, প্ৰসিদ্ধ অট্টালিকা আদিৰ বাবে বিখ্যাত৷ এই মহানগৰীক চীনত অৰ্থনৈতিক সমৃদ্ধিৰ এক চানেকী ("showpiece" of the booming economy of mainland China) বুলি গণ্য কৰা হয়৷ [10][11]
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ Chan, Kam Wing (2007). "Misconceptions and Complexities in the Study of China's Cities: Definitions, Statistics, and Implications". Eurasian Geography and Economics খণ্ড 48 (4): 383–412. doi:10.2747/1538-7216.48.4.383. http://courses.washington.edu/chinageo/ChanCityDefinitionsEGE2007.pdf। আহৰণ কৰা হৈছে: 13 September 2011., p. 395.
- ↑ "What are China's largest and richest cities?". University of Southern California. http://china.usc.edu/(S(swqn0p55xbqmsu45cwso5lzy)A(IEcheuFczAEkAAAAODRlNTk2OTMtMDViMC00Yjk5LWFmZTgtODc1OTA1YWYxMDM4e9e8O7-g5_HYhuft0Huy7h2GlGg1))/ShowAverageDay.aspx?articleID=910.
- ↑ "Cities: largest (without surrounding suburban areas)". Geohive. http://www.geohive.com/earth/cy_notagg.aspx। আহৰণ কৰা হৈছে: 13 September 2011.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;bulletin2014
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "The Competitive Position of London as a Global Financial Centre". http://www.zyen.com/PDF/LCGFC.pdf.
- ↑ "Top 50 World Container Ports". http://www.worldshipping.org/about-the-industry/global-trade/top-50-world-container-ports/.
- ↑ "Geographic Location". Basic Facts. Shanghai Municipal Government. http://www.shanghai.gov.cn/shanghai/node23919/node24059/node24061/userobject22ai36489.html। আহৰণ কৰা হৈছে: 14 September 2011.
- ↑ Scott Tong (October 2009). "Shanghai: Global financial center? Aspirations and reality, and implications for Hong Kong". Hong Kong Journal. http://www.hkjournal.org/PDF/2009_winter/3.pdf। আহৰণ কৰা হৈছে: 17 October 2011.
- ↑ "Historic Transformation". Shanghai.gov.cn. 27 May 1949. http://www.shanghai.gov.cn/shanghai/node17256/node17432/node17433/userobject22ai24.html। আহৰণ কৰা হৈছে: 11 December 2011.
- ↑ Hunt, Katie (21 May 2008). "Shanghai: China's capitalist showpiece". BBC News. http://news.bbc.co.uk/2/hi/business/7373394.stm। আহৰণ কৰা হৈছে: 7 August 2008.
- ↑ "Of Shanghai... and Suzhou". The Hindu Business Line. 27 January 2003. Archived from the original on 23 May 2009. http://web.archive.org/web/20050819054503/http://www.thehindubusinessline.com/life/2003/01/27/stories/2003012700170300.htm। আহৰণ কৰা হৈছে: 20 March 2008.
লগতে চাওকসম্পাদনা কৰক
- Danielson, Eric N. (2010). Discover Shanghai. প্ৰকাশক Singapore: Marshall Cavendish.
- Danielson, Eric N. (2004). Shanghai and the Yangzi Delta. প্ৰকাশক Singapore: Marshall Cavendish/Times Editions. ISBN 981-232-597-2.
- Elvin, Mark (1977). "Market Towns and Waterways: The County of Shang-hai from 1480 to 1910". In Skinner, G. William. The City in Late Imperial China. প্ৰকাশক Stanford, Cal.: Stanford University Press. পৃষ্ঠা. 441–474. ISBN 9780804708920. OCLC 2883862. https://books.google.com/books?id=cZuaAAAAIAAJ&pg=PA441#v=twopage&q&f=false.
- Erh, Deke and Johnston, Tess (2007). Shanghai Art Deco. প্ৰকাশক Hong Kong: Old China Hand Press.
- Haarmann, Anke. Shanghai (Urban Public) Space (Berlin: Jovis, 2009). 192 pp. online review
- Horesh, Niv (2009). Shanghai's Bund and Beyond. প্ৰকাশক New Haven: Yale University Press.
- Johnson, Linda Cooke (1995). Shanghai: From Market Town to Treaty Port. প্ৰকাশক Stanford: Stanford University Press.
- Johnson, Linda Cooke (1993). Cities of Jiangnan in Late Imperial China. প্ৰকাশক Albany: State University of New York (SUNY). ISBN 0-7914-1424-8.
বাহ্যিক সংযোগসম্পাদনা কৰক
ছাংহাই প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
চিত্ৰ আৰু মিডিয়া কমন্সত | |
বা-বাতৰি ৱিকিসংবাদত |