ছুইফট
ছুইফট (Swift) এবিধ দ্ৰুতবেগী চৰাই। ইহঁতি সাধাৰণতে জাক পাতি উৰি ফুৰে। উৰি উৰিয়েই ইহঁতে আহাৰ গ্ৰহণ কৰে আৰু ইটোৱে সিটোৰ লগ লাগে। ইউৰোপত পোৱা এবিধ ছুইফট চৰায়ে যেতিয়ালৈকে কণী পাৰিব নহয় তেতিয়ালৈকে উৰিয়ে ফুৰে। এইবিধ চৰাইৰ বাহ সজা আৰু কণী পৰাৰ নিৰ্দিষ্ট কোনো সময় নাই। বছৰৰ যিকোনো সময়তে ইহঁতে বাহ সাজে আৰু কণী পাৰে। এবাৰত ইহঁতে এটাৰ পৰা ছটালৈকে কণী পাৰি পোৱালি জগায়। বৰ্তমানলৈকে ছুইফটৰ প্ৰায় ৭২টা প্ৰজাতি পোৱা গৈছে।
Swift | |
---|---|
![]() | |
Common swift, Apus apus | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Apodiformes |
পৰিয়াল: | Apodidae Hartert, 1897 |
Genera | |
Nearly 20, see text. |
তথ্য সংগ্ৰহ সম্পাদনা কৰক
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত Apodidae সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Swift sounds on xeno-canto.org