জন ফ্ৰেদাৰিক হাৰ্বাট
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
জন ফ্ৰেদাৰিক হাৰ্বাট (ইংৰাজীঃ Johann Friedrich Herbart) (জন্মঃ ৪ মে, ১৭৭৬ - মৃত্যুঃ ১৪ আগষ্ট, ১৮৪১) আছিল এজন জাৰ্মান দাৰ্শনিক, মনোবিজ্ঞানী আৰু শিক্ষাবিজ্ঞানক শৈক্ষিক শাখা হিচাপে প্ৰতিষ্ঠা কৰা দাৰ্শনিক। জন হাৰ্বাৰ্টক উত্তৰ কান্টিয়ান দাৰ্শনিকসকলৰ মাজৰ এজন বুলি মনত ৰখা হয় যি নান্দনিকতাৰ সম্পৰ্কত হেগেলৰ সম্পূৰ্ণ বিপৰীতমূখী বক্তব্য ৰাখিছিল। তেওঁৰ শৈক্ষিক দৰ্শনক হাৰ্বাৰ্টিয়ানবাদ বুলি জনা যায়।
জন্ম | ৪ মে, ১৭৭৬ অলডেনবাৰ্গ, ডাচি অৱ অল্ডেনবাৰ্গ |
---|---|
মৃত্যু | ১৪ আগষ্ট, ১৮৪১ (বয়স ৬৫) গটিংগেন, হেনোভাৰ ৰাজ্য |
কাল | ১৯ শ শতিকাৰ দৰ্শন |
পৰিসৰ | পাশ্চাত্য দৰ্শন |
প্ৰতিষ্ঠান | গটিংগেন বিশ্ববিদ্যালয় কনিগছবাৰ্গ বিশ্ববিদ্যালয় |
মুখ্য আগ্ৰহ | যুক্তি, আধ্যাত্মিকতা, জ্ঞানতত্ত্ব, নৈতিকতা, নান্দনিকতা |
উল্লেখযোগ্য কৰ্ম | * বহুত্ববাদী বাস্তৱবাদ * শিক্ষাবিজ্ঞানক এক শৈক্ষিক শাখা হিচাপে |