জয়পুৰ সংৰক্ষিত বনাঞ্চল, ডিব্ৰুগড়


জয়পুৰ সংৰক্ষিত বনাঞ্চল হৈছে অসমডিব্ৰুগড় জিলাৰ এখন বৰ্ষাৰণ্য। এই বনাঞ্চলখন 'পূবৰ আমাজান' (The Amazon of the east) খ্যাত দিহিং পাটকাই অভয়াৰণ্য[1]  অন্তৰ্গত।

জয়পুৰ সংৰক্ষিত বনাঞ্চল
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ ডিব্ৰুগড়
মাটিকালি ১০,৮৭৬.৬৮ হেক্টৰ(১০৮ বৰ্গ কিলোমিটাৰ)
কৰ্তৃপক্ষ অসম চৰকাৰৰ বন বিভাগ

তথ্য সংগ্ৰহ সম্পাদনা কৰক