ডিব্ৰুগড় অসমৰ অন্যতম বৃহৎ চহৰ আৰু ডিব্ৰুগড় জিলাৰ সদৰ। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত। ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায়।[2] ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।

ডিব্ৰুগড়
তি-ফাও[1]
—  নগৰ  —
Dibrugarh_Night_View.jpgডিব্ৰুগড় চহৰৰ ৰাতিৰ দৃশ্য
অন্য নাম: ভাৰতৰ চাহ নগৰী
ভৌগোলিক স্থানাংক: 27°29′N 95°00′E / 27.48°N 95°E / 27.48; 95
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
Named for ডিব্ৰু নদী
চৰকাৰ
 - প্ৰকাৰ পৌৰসভা
 - পৰিষদ ডিব্ৰুগড় পৌৰসভা
 - স্থাপিত ১৮৭৩
 - ৱাৰ্ডৰ সংখ্যা ২২
 - পৌৰপতি সমা চক্ৰৱৰ্তী বিজেপি
মাটিকালি
 - মুঠ ১২.৬৫ কি.মি. 
(৪.৯ বৰ্গ মাইল)
উচ্চতা ১০৮ মিটাৰ (৩৫৪.৩৩ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ১,৫৪,০১৯ জন
ভাষা
 - চৰকাৰী অসমীয়া ভাষা
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
পিনক'ড ৭৮৬০ XX
দূৰভাষ কোড +৯১ - (০) ৩৭৩ - XX XX XXX
আই এচ অ’ ৩১৬৬ কোড IN-AS
যানবাহনৰ নম্বৰ AS-06
ৱেবছাইট www.dibrugarh.nic.in

ইতিহাসসম্পাদনা কৰক

ডিব্ৰুগড় নামটো অসমীয়া ভাষাৰ দুটা শব্দ 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। এই ঠাই প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ ঠাইত ডিবাৰু নৈৰ পাৰত এটি কিলা আছিল। সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।

ইয়াণ্ডাবু সন্ধি সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত ব্ৰিটিছ অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়।

নগৰৰ ৰূপসম্পাদনা কৰক

পৰিচালনাসম্পাদনা কৰক

জনগাঁথনিসম্পাদনা কৰক

অৰ্থনীতিসম্পাদনা কৰক

জলবায়ুসম্পাদনা কৰক

ডিব্ৰুগড় বিমানবন্দৰ (1971–2000)ৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 28.5
(83.3)
31.9
(89.4)
34.5
(94.1)
36.0
(96.8)
37.2
(99.0)
38.1
(100.6)
37.9
(100.2)
37.5
(99.5)
37.6
(99.7)
36.3
(97.3)
33.1
(91.6)
30.6
(87.1)
38.1
(100.6)
গড় উষ্ণতা - উচ্চ °C (°F) 22.8 23.9 26.4 27.6
(81.7)
29.7
(85.5)
31.1
(88.0)
31.0
(87.8)
31.8
(89.2)
30.6
(87.1)
29.8
(85.6)
27.4
(81.3)
24.2
(75.6)
28.0
(82.4)
গড় উষ্ণতা - নিম্ন °C (°F) 9.2
(48.6)
12.2
(54.0)
15.9
(60.6)
18.8
(65.8)
21.9
(71.4)
24.2
(75.6)
24.6
(76.3)
24.9
(76.8)
23.8
(74.8)
20.7
(69.3)
15.0
(59.0)
10.0
(50.0)
18.4
(65.1)
সৰ্বনিম্ন উষ্ণতা °C (°F) 3.4
(38.1)
4.8
(40.6)
8.1
(46.6)
10.8
(51.4)
14.1
(57.4)
16.5
(61.7)
20.6
(69.1)
19.5
(67.1)
19.7
(67.5)
13.3
(55.9)
6.5
(43.7)
2.7
(36.9)
2.7
(36.9)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 30.1
(1.185)
58.9
(2.319)
105.5
(4.154)
230.4
(9.071)
287.9
(11.335)
428.5
(16.87)
525.5
(20.689)
427.7
(16.839)
350.1
(13.783)
143.3
(5.642)
16.4
(0.646)
18.6
(0.732)
2,622.8
(103.26)
% আৰ্দ্ৰতা 80 74 68 75 76 81 85 82 85 83 81 82 79.3
Avg. rainy days 3.5 5.7 8.8 13.4 14.1 18.0 21.7 17.1 15.2 7.4 1.8 1.7 128.4
উৎস নং ১: India Meteorological Department (record high and low up to 2010)[3][4]
উৎস নং ২: NOAA (humidity, 1971–1990)[5]

বাহ্যিক সংযোগসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক