জীৱন চিলা নৈ উৎসৱ

অসমৰ গুৱাহাটীত অনুষ্ঠিত এক বাৰ্ষিক উৎসৱ

জীৱন চিলা নৈ উৎসৱ বা জীৱন চিলা উৎসৱ (ইংৰাজী: Jeevan Kite River Festival) হৈছে অসমগুৱাহাটীত অনুষ্ঠিত এক বাৰ্ষিক উৎসৱ। চমুকৈ চিলা নৈ নামেৰেও পৰিচিত এই উৎসৱ ব্ৰহ্মপুত্ৰৰ পাৰত পাঁ‌চদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সুৰেশ ৰঞ্জন গডুকাৰ ব্যক্তিগত প্ৰচেষ্টাত ২০১২ চনত চিলা নৈৰ আৰম্ভণি কৰা হয়।[1]

জীৱন চিলা নৈ উৎসৱ
আৰম্ভ ফেব্ৰুৱাৰী
শেষ ফেব্ৰুৱাৰী
অন্তৰ বাৰ্ষিক
ঠাই গুৱাহাটী, অসম  ভাৰত

ইতিহাস সম্পাদনা কৰক

আনুষ্ঠানিকতা সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Das, Chandrika (January 29, 2019). "Jeevan Kite Festival - A Humble Attempt to Save the Brahmaputra". Guwahatiplus.com. https://www.guwahatiplus.com/article-detail/jeevan-kite-festival-a-humble-attempt-to-save-the-brahmaputra। আহৰণ কৰা হৈছে: December 6, 2020.