জেংৰাইমুখ মহাবিদ্যালয়

শৈক্ষিক প্ৰতিষ্ঠান


জেংৰাইমুখ মহাবিদ্যালয় (ইংৰাজী: Jengraimukh College) কলা আৰু বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল।[2][3] এই মহাবিদ্যালয়খন বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজলীত অৱস্থিত।[4]

জেংৰাইমুখ মহাবিদ্যালয়
জেংৰাইমুখ কলেজৰ প্ৰশাসনিক ভৱন।
স্থাপিত ১৯৭৩ চন
ধৰণ মহাবিদ্যালয়
অধ্যক্ষ ড॰ নৱ কুমাৰ পেগু
স্থান জেংৰাইমুখ, মাজুলী, অসম, ভাৰত ভাৰত[1]
ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৱেবছাইট www.jengraimukhcollege.org

ইতিহাস সম্পাদনা কৰক

 
জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ

মূলতঃ মিছিং আৰু দেউৰী জনজাতি বাস কৰা অসমৰ মাজুলী জিলাৰ জেংৰাইমুখ আছিল শিক্ষা আৰু অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চল।[4] প্ৰাকৃতিক সীমাৰ লগতে পৰিবহণ আৰু যোগাযোগৰ ব্যৱধানৰ বাবে এই স্থানৰ লোকসকলে তেওঁলোকৰ সন্তানক উচ্চ শিক্ষাৰ বাবে প্ৰেৰণ কৰিব নোৱাৰিছিল। স্থানীয় কিছুমান অগ্ৰণী ব্যক্তিৰ প্ৰচেষ্টাত ১৯৭৩ চনত জেংৰাইমুখ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়ৰ পৰা অনুমতি লাভ কৰে। প্ৰতিষ্ঠানটো বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপৰ শিক্ষাৰ এক প্ৰতীক হৈ পৰিছিল। শ্ৰীইন্দ্ৰেশ্বৰ পেগুৱে প্ৰথম অধ্যক্ষ হিচাপে মহাবিদ্যালয়খনত কাৰ্যনিৰ্বাহ কৰে।[3][4]

শাখা আৰু বিষয়সমূহ সম্পাদনা কৰক

  • কলা[3]
  • বিজ্ঞান[5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Jengraimukh College". Jengraimukhcollege.org. Archived from the original on 5 February 2021. https://web.archive.org/web/20210205082637/http://www.jengraimukhcollege.org/contact.html। আহৰণ কৰা হৈছে: 21 December 2020. 
  2. "Release of fund for opening of science stream". Directorateofhighereducation.assam.gov.in. https://directorateofhighereducation.assam.gov.in/sites/default/files/swf_utility_folder/departments/dhe_medhassu_in_oid_4/menu/document/release_of_fund_for_opening_of_science_stream.pdf। আহৰণ কৰা হৈছে: 21 December 2020. 
  3. 3.0 3.1 3.2 "Jengraimukh College". Jengraimukhcollege.org. http://www.jengraimukhcollege.org/। আহৰণ কৰা হৈছে: 21 December 2020. 
  4. 4.0 4.1 4.2 "Jengraimukh College". Jengraimukhcollege.org. Archived from the original on 4 July 2020. https://web.archive.org/web/20200704234409/http://www.jengraimukhcollege.org/principal.html। আহৰণ কৰা হৈছে: 21 December 2020. 
  5. "16 govt colleges in assam to start science stream/". Jengraimukhcollege.org/. Archived from the original on 4 February 2021. https://web.archive.org/web/20210204192710/https://neinfohub.in/16-govt-colleges-in-assam-to-start-science-stream/। আহৰণ কৰা হৈছে: 21 December 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক