'জে’মচ্ ৱাট (ইংৰাজী: JAMES WATT.) হৈছে এগৰাকী বৈজ্ঞানিক।

জে’মচ্ ৱাট
জন্ম ১৯ জানুৱাৰী ১৭৩৬
স্কটলেণ্ডৰ গ্লাচগো চহৰৰ
মৃত্যু ২৫ আগষ্ট ১৮১৯
ৰাষ্ট্ৰীয়তা বৃটিছ

জন্ম আৰু বংশ পৰিচয়সম্পাদনা কৰক

১৭৩৬ চনত ১৯ জানুৱাৰী দিনা স্কটলেণ্ডৰ গ্লাচগো চহৰৰ ওচৰৰ গ্ৰীনক নামে এখন সৰু ঠাইত জে’মচ্ ৱাটৰ জন্ম হয়।[1]

শিক্ষাসম্পাদনা কৰক

তেঁও মাকৰ অধীনতে ঘৰতে লিখা পঢ়া কৰিছিল।কিন্তু দৰিদ্ৰতাৰ বাবেই হওঁক বা অনিচ্ছাৰ বাবেই হওঁক কিছুদিনৰ পিছতেই তেঁও শিক্ষা এৰি পেলালে।[1]

কৰ্ম জীৱনসম্পাদনা কৰক

তেওঁ ১৭৫৬ চনত মেকানিক ৰূপে নিজ কৰ্মজীৱন আৰম্ভ কৰে। আৰু পৃথিৱীৰ প্ৰথম আধুনিক ভাপকল আবিষ্কাৰত তেওঁৰ অৱদান উল্লেখযোগ্য। তেওঁ দূৰত্ব জুখিবৰ বাবে এটা নতুন ধৰণৰ যন্ত্ৰও সাজি উলিয়াইছিল। ইয়াৰোপৰিও তেওঁ ৭০ বছৰ অতিক্ৰম কৰাৰ পাছতো বিখ্যাত লোক সকলৰ মূৰ্তি নিৰ্মাণ কৰিব পীড়া এটা যন্ত্ৰ সাজি উলিয়াইছিল ।

মৃত্যুসম্পাদনা কৰক

১৮১১ চনত ৯৩ বছৰ বয়সত জে’মচ্ ৱাটৰ মৃত্যু হয়।[1]

তথ্য সূত্ৰসম্পাদনা কৰক

  1. 1.0 1.1 1.2 ডঃ শিৱনাথ বৰ্মন (দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪,). বিশ্বৰ বৰণ্য বিজ্ঞানী. পৃষ্ঠা. ৬৮-৭০.