১৯ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৫ |
১৯ জানুৱাৰী (ইংৰাজী: 19 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য
ঘটনাৰাজী
সম্পাদনা কৰক- ১৯০১ – ৰাণী ভিক্টোৰিয়া, যুক্তৰাজ্যৰ ৰাণী, পক্ষাঘাতত আক্ৰান্ত। তেখেত তিনিদিন পিছত ৮১ বছৰ বয়সত মৃত্যু হয়।
- ১৯৬৮ - অমৰ পাঠক পৰিচালিত ‘‘সংগ্ৰাম’’ নামৰ কথাছবিখনে মুক্তি পাইছিলে।
- ১৯৭২ - অসম আন্দোলন অন্যতম ফচল অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
- ১৯৮১ - ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ ‘এপল’ (Apple : Ariane Passenger Payload Experiment) সফলতাৰে উৎক্ষেপণ কৰা হয়। দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰুৰ (Kourou) এই উপগ্ৰহ উৎক্ষেপণ কৰা হয়।
জন্ম
সম্পাদনা কৰক- ১৭৩৬ – জে’মচ্ ৱাট, স্কটিছ-ইংৰাজ ৰসায়নবিদ আৰু অভিযন্তা। (মৃঃ ১৮১৯)
- ১৯৩৩ - ৰাধিকামোহন ভাগৱতী, অসমৰ সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক।
মৃত্যু
সম্পাদনা কৰক- ১৫৯৭ - মহাৰাণা প্ৰতাপ, মেৱাৰৰ ৰজা।
- ১৮৮৯ - আনন্দৰাম বৰুৱা, অসমৰ সংস্কৃত ভাষাৰ পণ্ডিত।
- ১৯৯২ - হেমন্ত কুমাৰ শৰ্মা, অসমীয়া সাহিত্যিক, সমালোচক।
- ২০১১ - হিৰা দেৱী ৱাইবা, ভাৰতীয় লোক সংগীত শিল্পী।
- ২০২১ - ভি. শান্তা, ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ।
- ২০২৩ - নীলমণি ফুকন, অসমীয়া কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক।
- ১৯৯৯- প্ৰশান্ত হাজৰিকা, অভিনেতা, হেঙুল থিয়েটাৰৰ জন্মদাতা।
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৯ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |