১৯ জানুৱাৰী (ইংৰাজী: 19 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজীসম্পাদনা কৰক

  • অমৰ পাঠক পৰিচালিত ‘‘সংগ্ৰাম’’ নামৰ কথাছবিখনে মুক্তি পাইছিল ১৯৬৮ চনৰ আজিৰ দিনটোতে।
  • অসম আন্দোলন অন্যতম ফচল অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰ ১৯৭২ চনৰ আজিৰ দিনটোতে ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
  • ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ ‘এপল’ (Apple : Ariane Passenger Payload Experiment) সফলতাৰে উৎক্ষেপণ কৰা হয় ১৯৮১ চনৰ আজিৰ দিনটোতে। দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰুৰ (Kourou) এই উপগ্ৰহ উৎক্ষেপণ কৰা হয়।
  • আজিৰ দিনটোতে আমেৰিকান দম্পতী এথেল ৰোজেনবাৰ্গ আৰু জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড দিয়া হয়। ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত তেওঁলোকক এই শাস্তি বিহা হৈছিল। উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰা এওঁলোকেই প্ৰথম আমেৰিকান নাগৰিক।

জন্মসম্পাদনা কৰক

  • ১৯৪৭ - ছলমান ৰুশ্বদী, ভাৰতীয় বংশোদ্ভৱ ইংৰাজ লেখক। তেখেতৰ জন্ম হৈছিল মুম্বাইত।
  • ১৬২৩ - ব্লেইজ পাস্কেল, ফৰাচী গণিতজ্ঞ, পদাৰ্থবিদ।

বাহ্যিক সংযোগসম্পাদনা কৰক