টিহু মহাবিদ্যালয়
অসমৰ শিক্ষানুষ্ঠান
টিহু মহাবিদ্যালয় (ইংৰাজী: Tihu College) হৈছে ১৯৬৩ চনত স্থাপিত অসমৰ নলবাৰীৰ টিহুত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]
টিহু মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৬৩ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড° কিশোৰ কুমাৰ তালুকদাৰ |
স্থান | টিহু, নলবাৰী, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
বিভাগ
সম্পাদনা কৰকবিজ্ঞান
সম্পাদনা কৰক- প্ৰাণী বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিদ্যা
- কম্পিউটাৰ বিজ্ঞান
- পদাৰ্থ বিজ্ঞান
- গণিত
কলা আৰু বাণিজ্য
সম্পাদনা কৰক- অসমীয়া
- ইংৰাজী
- সংস্কৃত
- বুৰঞ্জী
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি
- ভূগোল
- বাণিজ্য