টিহু মহাবিদ্যালয়

অসমৰ শিক্ষানুষ্ঠান

টিহু মহাবিদ্যালয় (ইংৰাজী: Tihu College) হৈছে ১৯৬৩ চনত স্থাপিত অসমনলবাৰীৰ টিহুত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

টিহু মহাবিদ্যালয়
স্থাপিত ১৯৬৩
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° কিশোৰ কুমাৰ তালুকদাৰ
স্থান টিহু, নলবাৰী, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.tihucollege.org

বিভাগ সম্পাদনা কৰক

বিজ্ঞান সম্পাদনা কৰক

  • প্ৰাণী বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • ৰসায়ন বিদ্যা
  • কম্পিউটাৰ বিজ্ঞান
  • পদাৰ্থ বিজ্ঞান
  • গণিত

কলা আৰু বাণিজ্য সম্পাদনা কৰক

  • অসমীয়া
  • ইংৰাজী
  • সংস্কৃত
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি
  • ভূগোল
  • বাণিজ্য

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক