ঠেঠী মৈথিলী
ঠেঠী মৈথিলী ভাষা মৈথিলী ভাষাৰ এটা প্ৰধান উপভাষা। ইয়াক ঠেঠীয়া, ঠেন্থী বা ঠাটি বুলিও জনা যায়। ই প্ৰধানকৈ ভাৰত আৰু নেপালৰ মিথিলা অঞ্চলত প্ৰচলিত মৈথিলী ভাষাৰ উপভাষা৷[2] প্ৰধানকৈ ভাৰতৰ বিহাৰৰ কোশী, পূৰ্ণিয়া আৰু মুংগেৰ বিভাগ আৰু নেপালৰ কোশী প্ৰদেশত এই ভাষা কোৱা হয়।[3] ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত ইয়াৰ ভাষী ১ লাখ ৬৫ হাজাৰ।[4]
ঠেঠী মৈথিলী (Thēthi) | |
---|---|
ঠেঠী মৈথিনী (ठेठी मैथिली) | |
তিৰহুতা লিপিৰে "ঠেঠী মৈথিলী" লিখা | |
থলুৱা অঞ্চল | ভাৰত, নেপাল |
অঞ্চল | মিথিলা |
জাতীয়তা | মৈথিলী |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-3 | – |
গ্লোটোলগ | tati1242 Tati (Maithili)[1] |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Tati (Maithili)". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/tati1242.
- ↑ "Wayback Machine". www.ldcil.org. https://www.ldcil.org/download/LDCIL_Release_Documentation.pdf। আহৰণ কৰা হৈছে: 2024-12-17.
- ↑ Ray, Kaushal Kishor (November 2009). "Reduplication in Thethi dialect of Maithili language". Nepalese Linguistics খণ্ড 24: 285–290.
- ↑ "Language census of India 2011". https://censusindia.gov.in/nada/index.php/catalog/42458/download/46089/C-16_25062018.pdf.