মৈথিলী ভাষা
মৈথিলী (𑒧𑒻𑒟𑒱𑒪𑒲) এটা ভাৰত-আৰ্য ভাষা। ই মূলতঃ ভাৰতৰ বিহাৰ ৰাজ্য আৰু নেপালৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ভাৰত-আৰ্য ভাষা হিচাপে গণ্য কৰে । হিন্দীতকৈ বঙালী, অসমীয়া আৰু ওড়িয়াৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাপে গণ্য কৰা হৈছিল যদিও ২০০৩ চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাপে সাংবিধানিক স্বীকৃতি লাভ কৰে।[4][5][6] মৈথিলী ভাষা নেপালৰো চৰকাৰী ভাষা।[7][8][9]
মৈথিলী | |
---|---|
मैथिली • মৈথিনী | |
The word "Maithili" written in Devanagari script | |
থলুৱা অঞ্চল | ভাৰত and নেপাল |
অঞ্চল | মিথিলা |
জাতীয়তা | মৈথিলী |
স্থানীয় ভাষিক |
৩৪.৭ মিলিয়ন (২০০০–২০০১)[1] |
ভাষা পৰিয়াল |
Indo-European
|
পূৰ্বসূৰী |
মাগধী প্ৰাকৃত
|
উপভাষা | *Thēthi |
লিখন প্ৰণালী | *দেৱনাগৰী (চৰকাৰী)
|
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
*ভাৰত |
নিয়মাধীন হয় |
Sahitya Akademi, Maithili Academy, Maithili - Bhojpuri Academy, Delhi, Nepal Academy |
ভাষা সংকেত | |
ISO 639-2 | mai |
ISO 639-3 | mai |
গ্লোটোলগ | mait1250 [3] |
Maithili-speaking region of India and Nepal |
মৈথিলি ভাষা মৈথিলী লিপিতে লিখা হৈছিল, যাৰ লগত অসমীয়া আৰু বাংলা লিপিৰ মিল আছে। কিন্তু বৰ্তমানে দেৱনাগৰী লিপিত এই ভাষা লিখা হয়।
মৈথিলী ভাষাৰ নাম প্ৰাচীন ভাৰতীয় ৰাজ্য মিথিলাৰ পৰা আহিছে। প্ৰায় চাৰে চাৰি কোটি মানুহে মৈথিলী ভাষাত কথা পাতে। এই ভাষাৰ সবাতোকৈ বিখ্যাত সাহিত্যিক হ'ল কবি বিদ্যাপতি।
এই ভাষা ৩৪.৭ নিযুত লোকে কয়। তাৰে ২৮ লাখ নেপালী লোক।[1] ভাষাটো প্ৰধানকৈ দেৱনাগৰী ভাষাত লিখা হয় যদিও ঐতিহাসিক তিৰহুতা আৰু কৈথী লিপিৰ কিছু ব্যৱহাৰ আজিলৈকে অক্ষুণ্ণ হৈ আছে।[10]
মৈথিলী লিপি
সম্পাদনা কৰকমৈথিলী লিপিক তিৰহুতা লিপি বা মিথিলাক্ষৰ নামে জনা যায়।
মৈথিলী সাহিত্য
সম্পাদনা কৰকমৈথিলী সাহিত্যৰ বিষয়ে জানিবলৈ মৈথিলী সাহিত্য পৃষ্ঠাটো চাব পাৰে।
মৈথিলী বাৰ মাহৰ নাম
সম্পাদনা কৰকবৈসাখ, জেঠ, আষাঢ়, সাৱোন, ভাদো, আসিন, কাতিক, অগহন, পূস, মাঘ, ফাগুন, চৈতি।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 Lewis, M. P. (ed.) (2009). Maithili Archived 2013-09-22 at the Wayback Machine Ethnologue: Languages of the World. Sixteenth edition. Dallas, Texas: SIL International.
- ↑ "झारखंड : रघुवर सरकार कैबिनेट से मगही, भोजपुरी, मैथिली व अंगिका को द्वितीय भाषा का दर्जा". https://www.prabhatkhabar.com/news/ranchi/jharkhand-raghubar-das-cabinet-decision-maithili-bhojpuri-angika-magahi-second-language/1135878.html। আহৰণ কৰা হৈছে: 21 March 2018.
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Maithili". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/mait1250.
- ↑ "Constitutional provisions relating to Eighth Schedule". http://mha.nic.in/hindi/sites/upload_files/mhahindi/files/pdf/Eighth_Schedule.pdf। আহৰণ কৰা হৈছে: 27 June 2018.
- ↑ "मैथिली लिपि को बढ़ावा देने के लिए विशेषज्ञों की जल्द ही बैठक बुला सकते हैं प्रकाश जावड़ेकर" (hi ভাষাত). NDTV News. 21 March 2018. https://khabar.ndtv.com/news/india/prakash-javadekar-likely-to-call-meeting-of-experts-to-promote-maithili-script-1826774.
- ↑ "मैथिली को भी मिलेगा दूसरी राजभाषा का दर्जा". Hindustan. 6 March 2018. https://www.livehindustan.com/jharkhand/story-maithili-will-get-second-state-language-status-in-jharkhand-1835624.html। আহৰণ কৰা হৈছে: 3 January 2020.
- ↑ National Statistics Office (2023), পৃষ্ঠা. 32.
- ↑ "Nepal languages". Ethnologue. https://www.ethnologue.com/country/NP/languages। আহৰণ কৰা হৈছে: 17 July 2018.
- ↑ Sah, K. K. (2013). "Some perspectives on Maithili". Nepalese Linguistics (28): 179–188.
- ↑ "Domain of the scripts of Maithili language *13.3*". http://lisindia.ciil.org/Maithili/Maith_Script.html.