{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Ophiophagus|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

ডাঁহী সাপ বা ৰাজফেঁ‌টী (ইংৰাজী: king cobra, বৈজ্ঞানিক নাম-Ophiophagus hannah) পৃথিৱীৰ আটাইতকৈ দীঘল বিষধৰ সাপৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৮.৫-১৮.৮ ফুট পৰ্যন্ত হোৱা দেখা যায়৷[1] এই সাপবিধ ঘাইকৈ ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ বনাঞ্চলসমূহত দেখা পোৱা যায়৷ ডাঁহী সাপক বিভিন্ন কাৰণত জনমানসত বিপদজনক বুলি গণ্য কৰা হয়৷

ডাঁহী সাপ (King cobra)
ভাৰতৰ পুট্টুৰত এডাল বন্দী ডাঁহী সাপ
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Ophiophagus
প্ৰজাতি: O. hannah
দ্বৈৰাশিক নামকৰণ
Ophiophagus hannah
Cantor, 1836
  ডাঁহী পোৱা ঠাইসমূহ
সমাৰ্থক

Genus-level:

ব্যুৎপত্তি সম্পাদনা কৰক

ডাঁহী শব্দটো আহিছে সংস্কৃত ভাষাৰ বা পুৰণী ইন্দো আৰ্য্য শব্দ দংশিন্অৰ পৰা[2]

বিৱৰণ সম্পাদনা কৰক

ডাঁহী সাপৰ দেহৰ দীঘ প্ৰায় ৩-৪ মিটাৰ আৰু ওজন প্ৰায় ৬ কিলোগ্ৰাম হোৱা দেখা যায়৷

 
ডাঁহী সাপৰ বাকলি

ইয়াৰ গাৰ ছালৰ বৰণ জলফাই বৰণীয়া হয়৷ সমগ্ৰ দেহটোত পাতল হালধীয়া আঁচ কিছুমান ঘুৰণীয়াকৈ থাকে৷ ইয়াৰ পেট অংশ শেঁতা বগা বা হালধীয়া হয়৷ ইয়াৰ পেটৰ অংশ মাখনৰঙী বা শেঁ‌তা হালধীয়া বৰণৰ হোৱাৰ লগতে বাকলিবোৰ মসৃণ। অপৈনত বয়সৰ সাপসমূহৰ বৰণ কিচকিচীয়া ক'লা আৰু ইয়াৰ দেহত ঠেক হালধীয়া আঙুঠি থাকে। প্ৰাপ্তবয়স্ক ডাঁ‌হীসাপৰ মূৰটো দেখিবলৈ বিৰাটকায়। অন্য সাপৰ দৰে ডাঙৰ একোটা চিকাৰ গিলিবলৈ ৰজাফেঁ‌টীয়ে নিজৰ কোৱাৰি বহলকৈ মেলিব পাৰে। মতা সাপবোৰ মাইকী সাপতকৈ আয়তনত ডাঙৰ হয়। এটা ৰজাফেঁ‌টীৰ গড় আয়ুসকাল প্ৰায় ২০ বছৰ।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Mehrtens, John (1987). Living Snakes of the World. প্ৰকাশক New York: Sterling. ISBN 0-8069-6461-8. 
  2. https://dsal.uchicago.edu/cgi-bin/app/soas_query.py?qs=da%E1%B9%81%C5%9B%C3%ADn&searchhws=yes

বাহ্যিক সংযোগ সম্পাদনা কৰক