ডুমডুমা
ডুমডুমা অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ।
ডুমডুমা Dum Duma |
|
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 27°34′N 95°34′E / 27.57°N 95.57°Eস্থানাংক: 27°34′N 95°34′E / 27.57°N 95.57°E | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | তিনিচুকীয়া জিলা |
উচ্চতা | ১১৪ মিটাৰ (৩৭৪.০২ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ১৯,৮২২ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
PIN | 786151 |
ভৌগোলিক অৱস্থানসম্পাদনা কৰক
ডুমডুমাৰ ভৌগোলিক অৱস্থান 27°34′N 95°34′E / 27.57°N 95.57°E.[1] সাগৰ পৃষ্ঠৰ পৰা এই অঞ্চলটোৰ গড় উচ্চতা ১১৮ মিটাৰ (৩৭৪ ফুট)। এই টাউনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ ডুমডুমা নৈৰ পাৰত অৱস্থিত। এই অঞ্চলৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ১১৮ মিটাৰ (৩৭৪ ফুট)।
আন্তঃগাঁথনিসম্পাদনা কৰক
২০০১ চনৰ লোকপিয়ল অনুসৰি[2] ডুমডুমাৰ মুঠ জনসংখ্যা ১৯,৮২২ জন। ইয়াৰে ৫৫% পুৰুষ আৰু ৪৫% মহিলা। এই অঞ্চলৰ গড় সাক্ষৰতাৰ হাৰ ৭০%, ইয়াৰে পুৰুষ আৰু মহিলাৰ পৃথকভাৱে সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭৫% আৰু ৬৩%। মুঠ জনসংখ্যাৰ ১২% ৰ বয়স ছয় বছৰৰ অনুৰ্ধৰ।
শিক্ষাসম্পাদনা কৰক
বিদ্যালয়-
- ডন বস্কো হাই স্কুল
- চেইণ্ট মেৰিজ স্কুল
- ডুমডুমা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
- বঙিয়া বিদ্যালয়
- জৱাহৰ হিন্দী বিদ্যালয়
- লাৰ্নাছ হাইস্কুল
- কেন্দ্ৰীয় বিদ্যালয়
- লটাছ একাডেমী
- ডুমডুমা জাতীয় বিদ্যালয়
- হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়
- ৰুপাই জাতীয় বিদ্যালয়
- শংকৰদেৱ শিশু নিকেতন
- মৰ্ডান একাডেমি
মহাবিদ্যালয়-
- ডুমডুমা মহাবিদ্যালয়
- ডনবস্কো কনিষ্ঠ বিদ্যালয়
যাতায়ত ব্যৱস্থাসম্পাদনা কৰক
ডুমডুমাৰ আশে পাশে থকা অঞ্চলসমূহলৈ চৰকাৰী বাছ আৰু সৰু বাহনসমূহ চলে। তদুপৰি তিনিচুকীয়াৰ পৰা দঙৰীলৈ ডুমডুমা হৈ এখন স্থানীয় ৰে'লো চলে।
অৰ্থনীতিসম্পাদনা কৰক
ডুমডুমা অঞ্চলটোৰ অৰ্থনীতি মূলত: চাহ বাগানসমূহৰ ওপৰত নিৰ্ভৰশীল। ইয়াত কিছুসংখ্যক সৰু-বৰ উদ্যোগ আছে।
ৰাজনীতিসম্পাদনা কৰক
ডুমডুমা লক্ষীমপুৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। [3]
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ Falling Rain Genomics, Inc - DoomDooma
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.