তেজপুৰ আইন মহাবিদ্যালয়

তেজপুৰ আইন মহাবিদ্যালয় হৈছে এখন চৰকাৰী আইন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন অসমৰ তেজপুৰ চহৰৰ ধনুৱা নগৰ, মহাভৈৰৱ পথৰ দাঁতিত দৰং মহাবিদ্যালয়ৰ কাষতে অৱস্থিত। ৰাজ্যখনৰ পুৰণা আইন মহাবিদ্যালয় সমূহৰ ভিতৰত এখন।[1]

তেজপুৰ আইন মহাবিদ্যালয়
তেজপুৰ ল' কলেজ
স্থাপিত ১৯৭২
ধৰণ আইন বিদ্যালয়
ধৰ্মীয় ভুক্তি
অধ্যক্ষ ডক্টৰ স্মিতা বৰুৱা ডেকা
স্থান তেজপুৰ, অসম, ভাৰত
ৱেবছাইট www.tezpurlawcollege.in

পাঠ্যক্ৰম সম্পাদনা কৰক

এই মহাবিদ্যালয় খনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত তিনিবছৰীয়া আইন স্নাতক, পাঁচ বছৰীয়া সংযুক্ত বি.এ(এলএল.বি) আৰু দুবছৰীয়া এলএল.এম পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰে। ১৯৭২ চনত মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা হয়।[2] পাঠ্যক্ৰম সমূহ ভাৰতীয় বাৰ কাউন্সিল, নতুন দিল্লীৰ দ্বাৰা পৰিচালিত।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Tezpur Law College" (en-US ভাষাত). TezpurOnline.in. 2015-10-02. https://tezpuronline.in/tezpur-law-college/। আহৰণ কৰা হৈছে: 2019-08-04. 
  2. "About Us" (en-US ভাষাত). Tezpur Law College. 2016-11-25. Archived from the original on 2019-08-04. https://web.archive.org/web/20190804123359/http://www.tezpurlawcollege.in/about-us/। আহৰণ কৰা হৈছে: 2019-08-04. 
  3. "Tezpur Law College, Sonitpur" (en ভাষাত). Collegedunia. https://collegedunia.com/college/9135-tezpur-law-college-sonitpur। আহৰণ কৰা হৈছে: 2019-08-04.