তেলেগু ভাষা
দ্ৰাবিড় ভাষা
(তেলেগুৰ পৰা পুনঃনিৰ্দেশিত)
তেলেগু (তেলেগু ভাষাত: తెలుగు তেলুগু, আ-ধ্ব-ব: [ˈt̪elʊgʊ]) হ'ল এটা দক্ষিণ-কেন্দ্ৰীয় দ্ৰাবিড় ভাষা। ই মূলত ভাৰতৰ অন্ধ্ৰ প্ৰদেশ আৰু তেলঙ্গানাত প্ৰচলিত আৰু ৰাজ্য দুখনৰ চৰকাৰী ভাষা। ভাৰতত হিন্দী আৰু বঙালীৰ পিছত আটাইতকৈ বেছি প্ৰচলিত ভাষা। [1][2]
তেলেগু | |
---|---|
తెలుగు | |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | অন্ধ্ৰ প্ৰদেশ তেলঙ্গানা |
স্থানীয় ভাষিক |
প্ৰায় ৮ কোটি |
ভাষা পৰিয়াল |
দ্ৰাবিড়ীয়
|
লিখন প্ৰণালী | তেলেগু লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ভাৰত |
ভাষা সংকেত | |
ISO 639-1 | te |
ISO 639-2 | tel |
ISO 639-3 | tel |
বৰ্ণমালা
সম্পাদনা কৰকতেলেগু সংখ্যা
সম্পাদনা কৰক০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
---|---|---|---|---|---|---|---|---|---|
౦ | ౧ | ౨ | ౩ | ౪ | ౫ | ౬ | ౭ | ౮ | ౯ |
0⁄4 | 1⁄4 | 2⁄4 | 3⁄4 | 0⁄16 | 1⁄16 | 2⁄16 | 3⁄16 |
---|---|---|---|---|---|---|---|
౸ | ౹ | ౺ | ౻ | ౦ | ౼ | ౽ | ౾ |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Dravidian Language Family". National Virtual Translation Center. 2007. http://www.nvtc.gov/lotw/months/april/DravidianLanguageFamily.htm। আহৰণ কৰা হৈছে: 2007-11-13.
- ↑ "Image of Indian languages and total speakers". Archived from the original on 2007-05-24. https://web.archive.org/web/20070524104936/http://www.ciil.org/Main/Languages/indian.htm। আহৰণ কৰা হৈছে: 2007-02-13.