অন্ধ্ৰপ্ৰদেশ

(অন্ধ্ৰ প্ৰদেশৰ পৰা পুনঃনিৰ্দেশিত)

অন্ধ্ৰপ্ৰদেশ ভাৰতৰ দক্ষিণ ভাৰতৰ এখন ৰাজ্য। দক্ষিণে তামিল নাডু, পশ্চিমে কৰ্ণাটক, উত্তৰে তেলেংগানা, উত্তৰ-পূবত ওড়িশা, আৰু পূবে বঙ্গোপসাগৰ। অন্ধ্ৰ প্ৰদেশৰ আয়তন ২,৭৫,০৪৫ বৰ্গকিলোমিটাৰ।

অন্ধ্ৰ প্ৰদেশ

ఆంధ్ర ప్రదేశ్

—  ৰাজ্য  —
A white stone building with two domes
হায়দ্ৰাবাদত থকা পুৰাতত্ব সংগ্ৰাহলয়
স্থানাঙ্ক
দেশ  ভাৰত
ৰাজ্য অন্ধ্ৰ প্ৰদেশ
জিলাৰ সংখ্যা 13
Established ১ নৱেম্বৰ, ১৯৫৬
ৰাজধানী হায়দৰাবাদ (de jure)
অমৰাৱতী(de facto)
মহানগৰ বিশাখাপাটনাম
ৰাজ্যপাল বিশ্বভূষণ হাৰিচন্দন
মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডী
বিধানসভা (আসন) Bicameral (২৯৪)
জনসংখ্যা

ঘনত্ব

49,665,533 (10th)

310 /কিমি (803 /বৰ্গ মাইল)

চৰকাৰী ভাষা তেলুগু, উৰ্দু
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি >160205 km2 (61855 sq mi)
ISO 3166-2 IN-AP
ৱেবছাইট www.ap.gov.in

অন্ধ্ৰ প্ৰদেশৰ জিলাসমূহসম্পাদনা কৰক

 
অন্ধ্ৰ প্ৰদেশৰ জিলাসমূহ


তথ্যসূত্ৰসম্পাদনা কৰক