ত্ৰিকূট

হিন্দু পৌৰাণিক পৰ্বত

ত্ৰিকূট (ইংৰাজী: Trikuta) হৈছে তিনিটা শিখৰবিশিষ্ট পৰ্বত। হিন্দু মহাকাব্যত ইয়াৰ উল্লেখ পোৱা যায়৷

ইতিহাস আৰু হিন্দুধৰ্মত ইয়াৰ তাৎপৰ্য সম্পাদনা কৰক

ত্ৰিকূট মহামেৰুৰ (মাউণ্ট মেৰু) চাৰিওফালে বিস্তৃত বাৰখন পৰ্বতৰ মাজৰ এখন, ই ব্ৰহ্মাৰ আৱাসস্থল, যিটো উত্তৰ বাকট্ৰিয়া (বৰ্তমানৰ তাজিকিস্তান) -ত অৱস্থিত। ভাগৱত পুৰাণত উল্লেখ কৰিছে যে, ইয়াৰ উচ্চতা ১০,০০০ যোজন আৰু ইয়াৰ তিনিটা শিখৰ লোহা, ৰূপ আৰু স্বৰ্ণৰে নিৰ্মিত। হিন্দু পৌৰাণিক কাহিনী অনুসৰি, এইটো পৰ্বত দেৱী দুৰ্গাৰ দ্বিতীয়টো আৱাসস্থল৷ দেৱী দুৰ্গাই ইয়াক দৈত্যক বিনাশ কৰাৰ কাৰণে তিনগৰাকী দেৱীৰ শক্তিৰে সৃষ্টি কৰিছিল, অৱশ্যে পৰ্বতটোক ত্ৰিকূট বোলা হয়।

জম্মুত ত্ৰিকূট সম্পাদনা কৰক

আন এটা ত্ৰিকূট জম্মু বিভাগত অৱস্থিত। ত্ৰিকূট, তিনিটা শিখৰবিশিষ্ট পৰ্বত শৃংগৰ সংগম। ইয়াত পবিত্ৰ “বৈষ্ণোদেৱী মন্দিৰ” (lang-hi|वैष्णो देवी मंदिर) দেখিবলৈ পোৱা যায়।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Eck, Diana. India: A Sacred Geography, p. 282 At this place Bhairo baba mandir found. (Random House 2013).