তাৰা (জন্ম ৩ আগষ্ট ১৯৪৪, ভাৰত মণিপুৰ ইম্ফল) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি প্ৰায় ৫ দশক ধৰি অসমীয়া, মণিপুৰী , পঞ্জাৱী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। , তেখেতৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে ১৯৮৮ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা হালধীয়া চৰায়ে বাওধান খাই, বেনাৰস-এ মিষ্টিক লাভ ষ্ট'ৰী, আৰু ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত শকুন্তলা।২০০৭ চনৰ ১৯ মে "ত অসম গুৱাহাটী চহৰত তেখেতৰ মৃত্যু হয়।

চলচ্চিত্ৰগ্ৰাফী

সম্পাদনা কৰক
  • কাহানী গুড়িয়া কি (2007)
  • বেনাৰস (2006) বা বেনাৰসঃ এ মিষ্টিক লাভ ষ্ট 'ৰী
  • জী আয়ান নু (2003)
  • মীমেনক্সা (1994) বা দ্য ভাৰ্ডিক্ট (India: English title)
  • Ishanou (1990) বা
  • অজলা ককাই (1989)
  • কোলাহল (1988)
  • হালধীয়া চোৰায়ে বাওধন খাই (1987)
  • সন্ধ্যা ৰাগ (1977)
  • অৰণ্য (1971)
  • অপৰাজেয় (1970)
  • ড0 বেজবাৰুৱা (1969)
  • মৰম তৃষ্ণা (1968)
  • ইটো সিটো বহুটো (1963) ব
  • শকুন্তলা (1961)
  • ৰঙা পুলিচ (1958)
  • মাক আৰু মৰম (1957)