থাই ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ থাই সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৬৯,৮৯৮ টা প্ৰবন্ধ আছে।

Favicon of Wikipedia থাই ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in থাই ভাষা
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL th.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

পৰিসংখ্যা

সম্পাদনা কৰক

২০২৪ চনত থাই ৱিকিপিডিয়াৰ ১,৬৯,৮৯৮টা প্ৰবন্ধ, ৪,৯১,০০০ গৰাকী সম্পাদক, ১৭ গৰাকী প্ৰশাসক আৰু ১৮,৮৯৪টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১,২০,১০,৮৫৫।[1]

বাহ্যিক সংযোগ

সম্পাদনা কৰক

থাই ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

সম্পাদনা কৰক