দংগল

নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত ২০১৬ বৰ্ষৰ চলচ্চিত্ৰ


দংগল (ইংৰাজী: Dangal, অৰ্থ: মল্লযুদ্ধ) হৈছে ২০১৬ চনৰ ২৩ ডিচেম্বৰত মুক্তিপ্ৰাপ্ত ভাৰতীয় পৰিচালক নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখন জীৱনীবিষয়ক ক্ৰীড়াকেন্দ্ৰিক চলচ্চিত্ৰ। আমিৰ খানে ছবিখনত মহাবীৰ সিং ফোগাটৰ চৰিত্ৰত অভিনয় কৰিছে যি তেওঁৰ দুইজনী জীয়েক গীতা ফোগাট আৰু ববিতা কুমাৰীক মল্লযুদ্ধৰ শিক্ষা প্ৰদান কৰে। ২০১০ চনৰ কমনৱেলথ গেমচত গীতাই স্বৰ্ণ পদক আৰু ববিতাই ৰূপৰ পদক অৰ্জন কৰিছিল।

দংগল
পৰিচালক নিতেশ তিৱাৰী
ৰচনা নিতেশ তিৱাৰী
পিযুজ গুপ্তা
শ্ৰেয়চ জৈন
নিখিল মেহৰোত্ৰা
প্ৰযোজক আমিৰ খান
কিৰণ ৰাও
সিদ্ধাৰ্থ ৰয় কাপুৰ
অভিনয়ত আমিৰ খান
সাক্ষী তানৱাৰ
ফাটিমা ছানা শ্বেইখ
জাইৰা ৱাছিম
ছানয়া মালহোত্ৰা
Suhani Bhatnagar
অপাৰশক্তি খুৰানা
গিৰিশ কুলকৰ্ণী
সূত্ৰধাৰ অপাৰশক্তি খুৰানা
চিত্ৰগ্ৰহণকাৰী সেতু (সত্যজিত পাণ্ডে)
সম্পাদনা বাল্লু চালুজা
সংগীত পৰিচালক প্ৰীতম
প্ৰযোজনা
কোম্পানী
আমিৰ খান প্ৰডাকচন
Walt Disney Pictures India
পৰিবেশক UTV Motion Pictures
মুক্তি
২১ ডিচেম্বৰ ২০১৬ (2016-12-21) (United States)
২৩ ডিচেম্বৰ ২০১৬ (2016-12-23) (India)
৫ মে' ২০১৭ (2017-05-05) (China)
দৈৰ্ঘ্য
১৬১ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ৭০ কোটি
সৰ্বমুঠ আয় প্ৰায় 2,024–2,100 কোটি

তথ্য সংগ্ৰহ সম্পাদনা কৰক