দক্ষিণ গাৰো পাৰ্বত্য জিলা
মেঘালয়ৰ জিলা
দক্ষিণ গাৰো পাৰ্বত্য (ইংৰাজী: South Garo Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ বাঘমৰাত অৱস্থিত। ২০০১ চন অনুসৰি ই মেঘালয়ৰ সকলোতকৈ কম জনবহুলৰ জিলা (out of 7)।[1] জিলাখন ১৯৯২ চনত প্ৰতিষ্ঠিত হৈছিল।
দক্ষিণ গাৰো পাৰ্বত্য জিলা দক্ষিণ গাৰো |
|
---|---|
— মেঘালয়ৰ জিলা — | |
মেঘালয়ৰ দক্ষিণ গাৰো পাৰ্বত্য জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | মেঘালয় |
স্থাপিত | ১৯৯২ |
মুখ্যালয় | বাঘমৰা, ভাৰত |
মাটিকালি | |
- মুঠ | ১,৮৫০ কি.মি.২ (৭১৪.৩ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ১,৪২,৩৩৪ জন |
- জনঘনত্ব | ৭৬.৯ প্ৰতি বৰ্গ কি.মি. (১৯৯.৩ প্ৰতি বৰ্গ মাইল) |
Demographics | |
- Literacy | ৫৩% |
- Sex ratio | |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) |
ৱেবছাইট | southgarohills |
ভূগোলসম্পাদনা কৰক
বাঘমৰা দক্ষিণ গাৰো পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ১৮৫০ বৰ্গ কিলোমিটাৰ। দক্ষিণ গাৰো পাৰ্বত্য জিলাত তেতিয়া ৫টা বিধানসভা কেন্দ্ৰ আছিল যদিও বৰ্তমানে ইয়াৰ সংখ্যা হ’ল ৩টা।
জিলাসম্পাদনা কৰক
প্ৰশাসনিক বিভাগসমূহসম্পাদনা কৰক
দক্ষিণ গাৰো পাৰ্বত্য জিলাখন চাৰিটা ব্লকত বিভক্ত:[2]
নাম | মুখ্যালয় | জনসংখ্যা | স্থিতি |
বাঘমৰা | বাঘমৰা, ভাৰত | ||
চোকপোত | চোকপোত | ||
গাচুৱাপাৰা | নাগাৰাজৰা | ||
ৰঙাৰা | ৰঙাৰা |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ The Registrar General & Census Commissioner, India, New Delhi, Ministry of Home Affairs, Government of India (2011) (English ভাষাত) (PDF). Meghalaya Administrative Divisions (Map). http://censusindia.gov.in/2011census/maps/administrative_maps/MEGHALAYA.pdf। আহৰণ কৰা হৈছে: 2011-09-29.
বাহ্যিক সংযোগসম্পাদনা কৰক
এই প্ৰবন্ধটো এই মেঘালয়ৰ ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |