দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা
মেঘালয়ৰ জিলা
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য (ইংৰাজী: South West Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা।
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা দক্ষিণ পশ্চিম খাছী |
|
---|---|
— মেঘালয়ৰ জিলা — | |
মেঘালয়ৰ দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | মেঘালয় |
প্ৰতিষ্ঠা | |
মুখ্যালয় | মাৱকিৰৱাট |
মাটিকালি | |
- মুঠ | ১,৩৪১ কি.মি.২ (৫১৭.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ১,১০,১৫২ জন |
- জনঘনত্ব | ৮২.১ প্ৰতি বৰ্গ কি.মি. (২১২.৭ প্ৰতি বৰ্গ মাইল) |
জনগাঁথনি | |
- সাক্ষৰতাৰ হাৰ | ৭৬.৮৪ % |
- লিঙ্গ অনুপাত | |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) |
ৱেবছাইট | southwestkhasihills |
ইতিহাসসম্পাদনা কৰক
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাখন ২০১২ চনৰ ৩ আগষ্টত পশ্চিম খাছী পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছে।[1]
ভূগোলসম্পাদনা কৰক
মাৱকিৰৱাট দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ১,৩৪১ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সকলো গাঁৱক দুটা Community & Rural Development Block য়ে পৰিচালনা (compose) কৰে। যেনে- ৰাণীকোৰ (Ranikor) আৰু মাৱকিৰৱাট। নংষ্ট’ইনৰ Community & Rural Development Block ৰ ৱাৰ্চন লাইংডোহ (Lyngdoh) Gram Sevak Circleৰ অধীনত ১৮খন গাঁও অন্তৰ্ভুক্ত আছে।
প্ৰশাসনিক বিভাগসমূহসম্পাদনা কৰক
দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলাখন দুটা ব্লকত বিভক্ত
নাম | মুখ্যালয় | জনসংখ্যা | স্থিতি |
মাৱকিৰৱাট | মাৱকিৰৱাট | ||
ৰাণীকোৰ | ৰাণীকোৰ |
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ Official circular regarding Mawkyrwat Archived 2013-11-05 at the Wayback Machine
বাহ্যিক সংযোগসম্পাদনা কৰক
এই প্ৰবন্ধটো এই মেঘালয়ৰ ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |