দাঁতিপাৰৰ মানুহ

মামাং দাইৰ ইংৰাজী উপন্যাস "দ্য লিজেণ্ড অফ পেনচাম"ৰ অসমীয়া অনুবাদ

দাঁতিপাৰৰ মানুহ উপন্যাসখন মামাং দাইৰ ইংৰাজী উপন্যাস The Legends of Pensamৰ অসমীয়া অনুবাদ। মূল ইংৰাজী ভাষাত উপন্যাসকনৰ লেখক হৈছে অৰুণাচল প্ৰদেশৰ ঔপন্যাসিক মামাং দাই। এই উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰিছে অসমীয়া সাহিত্যিক পৰী হিলৈদাৰীয়ে। এই অনূদিত উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ডিচেম্বৰ ২০১৫ চনত। এই উপন্যাসখনৰ বাবে পৰী হিলৈদাৰীক ২০২১ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা প্ৰদান কৰা হয়।

দাঁতিপাৰৰ মানুহ  
লেখক পৰী হিলৈদাৰী
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ অনুবাদ উপন্যাস
প্ৰকাশক ৰশ্মি প্ৰকাশ
প্ৰকাশ ডিচেম্বৰ, ২০১৫
পৃষ্ঠা সংখ্যা ২২৭
আই.এচ.বি.এন. 978-81-927066-1-0

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক


তথ্য সংগ্ৰহ সম্পাদনা কৰক