দিলীপ ফুকন

অসমীয়া সাহিত্যিক

দিলীপ ফুকন (Dilip Phookan) (জন্মঃ ১ আগষ্ট ১৯৫৫-) অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট কবি, ঔপন্যাসিক আৰু সাহিত্য সমালোচক। তেখেতৰ জন্ম হয় বোকাখাতৰ কুৰুৱাবাহীত। বৰ্তমান তেখেত তেজপুৰৰ বাসিন্দা। সত্তৰৰ দশকতে অসমীয়া সাহিত্যত কবি হিচাপে আত্মপ্ৰকাশ কৰা দিলীপ ফুকনে চাৰিখন কবিতা পুথি,এখন উপন্যাস ৰচনা কৰিছে। তদুপৰি অসমীয়া সাধুকথাসমূহৰ বস্তুনিষ্ঠ আলোচনাৰে লোকজীৱনৰ মনোধ্বনি শীৰ্ষক গ্ৰন্থ ৰচনা কৰিছে।[1]

কবিতা পুথি সম্পাদনা কৰক

  • বিপ্লৱ প্লাৱন
  • দৈকলা সাতোঁৰে য'ত
  • দুনাই অগ্নিত আখৈ ফুটে
  • দৈৱাৎ এহালি দেওহাঁহ (২০২১)[1]

উপন্যাস সম্পাদনা কৰক

  • জল পদুমৰ পানচৈ[1]

উপন্যাসিকা সম্পাদনা কৰক

অন্যান্য গ্ৰন্থ সম্পাদনা কৰক

  • লোকজীৱনৰ মনোধ্বনি[1]

বঁটা সম্পাদনা কৰক

  • নৰ্থ-ইষ্ট ফাউণ্ডেচনৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ (২০২২)[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "দিলীপ ফুকনলৈ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ". অসমীয়া প্ৰতিদিন. ২০২৩.