সাতসৰী (আলোচনী)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
সাতসৰী গুৱাহাটীৰ পৰা মাহেকীয়াভাৱে প্ৰকাশিত এখন অসমীয়া ভাষাৰ আলোচনী। সাদিন প্ৰকাশৰ ভিন্নবিষয়ৰ আলোচনীখনৰ বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী। বৰ্তমানৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য। ২০০৫ চনত এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়। প্ৰথম সম্পাদক আছিল হোমেন বৰগোহাঞি। ২০০৭ চনৰপৰা আলোচনীখনৰ সম্পাদক হয় অনুৰাধা শৰ্মা পূজাৰী আৰু কাৰ্যবাহী সম্পাদক দিগন্ত ওজা। ২০১৫ চনৰপৰা অতনু ভট্টাচাৰ্যই কাৰ্যবাহী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২২ চনত আলোচনীখন সপ্তদশ বছৰত চলি আছে।
সাতসৰীৰ ল’গ’ | |
সম্পাদক | অনুৰাধা শৰ্মা পূজাৰী |
---|---|
পূৰ্বৰ সম্পাদক | হোমেন বৰগোহাঞি |
প্ৰকাশনৰ হাৰ | মাহেকীয়া |
প্ৰকাশক | যতীন চৌধুৰী, জয়ন্ত বৰুৱা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
এই আলোচনীখন 'ইউ জি চি কেয়াৰ লিষ্ট'ত অন্তৰ্ভুক্ত গৱেষণা পত্ৰিকা হিচাপেও স্বীকৃত।