দুধনৈ মহাবিদ্যালয়

অসমৰ শিক্ষানুষ্ঠান


দুধনৈ মহাবিদ্যালয় (ইংৰাজী: Dudhnoi College) হৈছে ১৯৭২ চনত স্থাপিত অসমগোৱালপাৰা জিলাদুধনৈত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

দুধনৈ মহাবিদ্যালয়
স্থাপিত ১৯৭২
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° ললিত চন্দ্ৰ ৰাভা
স্থান দুধনৈ, গোৱালপাৰা, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট dudhnoicollege.ac.in

বিভাগ সম্পাদনা কৰক

বিজ্ঞান সম্পাদনা কৰক

  • গণিত
  • পৰিসংখ্যা
  • পদাৰ্থ বিজ্ঞান
  • ৰসায়ন বিদ্যা
  • উদ্ভিদ বিজ্ঞান
  • প্ৰাণী বিজ্ঞান
  • কম্পিউটাৰ বিজ্ঞান
  • নৃতত্ত্ব

কলা সম্পাদনা কৰক

  • অসমীয়া
  • ইংৰাজী
  • বড়ো
  • গাৰো
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি
  • ভূগোল

বাণিজ্য সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক