দুলীয়াজান মহাবিদ্যালয়


দুলীয়াজান মহাবিদ্যালয় (ইংৰাজী: Duliajan College), ১৯৬৯ চনত স্থাপন কৰা অসমদুলীয়াজানত অৱস্থিত এখন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[3]

দুলীয়াজান মহাবিদ্যালয়
স্থাপিত ১ আগষ্ট ১৯৬৯[1]
ধৰণ মহাবিদ্যালয়
অধ্যক্ষ লোক বিকাশ গগৈ[2]
স্থান দুলীয়াজান, অসম, ভাৰত
ভুক্তি Dibrugarh University
ৱেবছাইট www.duliajancollege.in

বিভাগসমূহ[4] সম্পাদনা কৰক

বিজ্ঞান সম্পাদনা কৰক

  • পদাৰ্থ বিজ্ঞান (Physics)
  • গণিত (Mathematics)
  • ৰসায়ন বিদ্যা (Chemistry)
  • কম্পিউটাৰ বিজ্ঞান (Computer Science)
  • উদ্ভিদ বিজ্ঞান (Botany)
  • প্ৰাণী বিজ্ঞান (Zoology)

কলা আৰু বাণিজ্য সম্পাদনা কৰক

  • অসমীয়া
  • বঙালী
  • হিন্দী
  • ইংৰাজী
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি বিজ্ঞান
  • সমাজ তত্ত্ব
  • বাণিজ্য

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "ABOUT THE INSTITUTION". duliajancollege.in. Archived from the original on 24 October 2020. https://web.archive.org/web/20201024023208/https://www.duliajancollege.in/about.php। আহৰণ কৰা হৈছে: 23 December 2020. 
  2. "Principal, Duliajan College". duliajancollege.in. Archived from the original on 29 November 2020. https://web.archive.org/web/20201129035219/https://www.duliajancollege.in/principal%27smessage.php। আহৰণ কৰা হৈছে: 23 December 2020. 
  3. "Affiliated College of Dibrugarh University". Archived from the original on 2020-05-11. https://web.archive.org/web/20200511203812/https://dibru.ac.in/academics/colleges। আহৰণ কৰা হৈছে: 2020-12-23. 
  4. "DEPARTMENTS". duliajancollege.in. Archived from the original on 24 October 2020. https://web.archive.org/web/20201024040759/https://www.duliajancollege.in/department.php। আহৰণ কৰা হৈছে: 23 December 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক