দুৰ্গাময়ী বৰা

অসমীয়া কণ্ঠশিল্পী
(দুৰ্গামায়ী বৰাৰ পৰা পুনঃনিৰ্দেশিত)

‘’’দুৰ্গাময়ী বৰা‘’’ (ইংৰাজী: Durgamoyee Bora) অসমৰ এগৰাকী অসমীয়া গায়িকা৷ তেওঁ সংগীত চৰ্চ্চাৰ উপৰিয়ো একাধিক নাটকত অভিনয়ো কৰিছিল৷ তেওঁ পেচাত এগৰাকী সংগীতৰ সহকাৰী শিক্ষক৷ [1]

দুৰ্গাময়ী বৰা
Durgamayee Bora
জন্ম ১৩ মাৰ্চ, ১৯৫৬ (৬৮ বছৰ)
দীঘলী আতি, ৰহা, নগাঁও
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শিক্ষকতা
দাম্পত্যসঙ্গী (৺) অধ্যাপক মাধৱ চন্দ্ৰ বৰা
পিতৃ-মাতৃ শুক্লেশ্বৰ ভূঞা আৰু তৰুণী ভূঞা
সন্তান ভাস্কৰ জ্যোতি বৰা, দীপাংকৰ বৰা

সংক্ষিপ্ত জীৱনী

সম্পাদনা কৰক

শ্ৰীমতী বৰাই জোঙাল বলহু গড় প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি জোঙাল বলহু গড় শ্বহীদ স্মৃতি হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে ১৯৭৪ চনত৷ ১৯৭৬ চনত তেখেতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা ‘প্ৰি-য়ুনিভাৰ্ছিটি’ উত্তীৰ্ণ হৈ একে মহাবিদ্যালয়ৰ পৰা ১৯৭৮ চনত বিএ ডিগ্ৰী লাভ কৰে৷

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. A letter signed by Durgamayee Bora.. 27.8.2016.