দুৰ্গাময়ী বৰা

অসমীয়া কণ্ঠশিল্পী
দুৰ্গাময়ী বৰা
Durgamayee Bora
জন্ম ১৩ মাৰ্চ, ১৯৫৬ (৬৮ বছৰ)
দীঘলী আতি, ৰহা, নগাঁও
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শিক্ষকতা
দাম্পত্যসঙ্গী (৺) অধ্যাপক মাধৱ চন্দ্ৰ বৰা
পিতৃ-মাতৃ শুক্লেশ্বৰ ভূঞা আৰু তৰুণী ভূঞা
সন্তান ভাস্কৰ জ্যোতি বৰা, দীপাংকৰ বৰা


জন্ম আৰু পৰিয়াল সম্পাদনা কৰক

দুৰ্গাময়ী বৰা এগৰাকী অসমীয়া গায়িকা৷

শিক্ষা আৰু শৈশৱ সম্পাদনা কৰক

শ্ৰীমতী বৰাই জোঙাল বলহু গড় প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি জোঙাল বলহু গড় শ্বহীদ স্মৃতি হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে ১৯৭৪ চনত৷ ১৯৭৬ চনত তেখেতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা ‘প্ৰি-য়ুনিভাৰ্ছিটি’ উত্তীৰ্ণ হৈ একে মহাবিদ্যালয়ৰ পৰা ১৯৭৮ চনত বিএ ডিগ্ৰী লাভ কৰে৷

কৰ্মজীৱন সম্পাদনা কৰক

এলবাম সম্পাদনা কৰক

পুৰস্কাৰ আৰু সন্মান সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক