() (कवर्ण কৱৰ্ণ) দেৱনাগৰী ব্যঞ্জন বৰ্ণমালাৰ প্ৰথম আখৰ। ক আখৰৰ উৎস ব্ৰাহ্মি আখৰ 𑀓 , যি গুপ্ত লিপিৰ আখৰ হিচাপে অলপ সলনি হৈ দেৱনাগৰী কৰ ৰূপ ল'লে। ইয়াৰপৰা উদ্ভৱ হোৱা আখৰ গুজৰাটী আৰু মোদী ক।

ব্যৱহাৰ সম্পাদনা কৰক

দেৱনাগৰী কক [kə] আৰু কোনো কোনো ক্ষেত্ৰত [k] উচ্চাৰণ কৰা হয়। তলৰ উদাহৰণত कৰ অন্তৰ্নিহিত স্বৰধ্বনিও উচ্চাৰণ কৰা হয়।

তলৰ উদাহৰণত, कৰ অন্তৰ্নিহিত স্বৰধ্বনি উচ্চাৰণ কৰা নহয়।

 
कৰ সৈতে স্বৰচিহ্ন

পাৰ্চী আৰু আৰবী ভাষাৰ পৰা লোৱা কোনো কোনো শব্দত প্ৰকৃত উচ্চাৰণৰ অধিক কাষ চাপিবলৈ দেৱনাগৰী কৰ লগত নুক্তা প্ৰয়োগ কৰা হয়।

कৰ যুক্তাক্ষৰ সম্পাদনা কৰক

  • क + त(t̪) এ অস্বাভাৱিক ৰূপৰ kt̪ প্ৰদান কৰে

 

  • क + ष(ʂ) এ অস্বাভাৱিক ৰূপৰ kʂ প্ৰদান কৰে

 

  • ङ(ŋ) + क এ ŋk দিয়ে য'ত ङ कৰ ওপৰত থাকে

 

  • क + ख(kʰ) এ kkʰ দিয়ে য'ত দেৱনাগৰী ক দেৱনাগৰী খৰ ওপৰত থাকে
  • क + ल(l̪) এ kl̪ দিয়ে য'ত क लৰ ওপৰত থাকে
  • क + व(ʋ) এ kʋ দিয়ে য'ত क वৰ ওপৰত থাকে
  • क + न(n̪) এ kn̪  দিয়ে য'ত न বিপৰীত দিশে কৰি कৰ হুকৰ তলত দিয়া হয়.

গণিতত সম্পাদনা কৰক

আৰ্যভট্টৰ ব্যৱহাৰ সম্পাদনা কৰক

ভাৰতীয় সংখ্যা প্ৰণালীৰ সৃষ্টিৰ পাছতো আৰ্যভট্টে দেৱনাগৰী আখৰসমূহক প্ৰায় গ্ৰীকসকলৰ দৰে সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰিছিল। कৰ ভিন্ন ৰূপৰ মূল্যসমূহ তলত দিয়া হ'ল--

  • [kə] = 1 (१)
  • कि [ki] = 100 (१००)
  • कु [ku] = 10,000 (१० ०००)
  • कृ [kṛ] = 1,000,000 (१० ०० ०००)
  • कॢ [kḷ] = 10×108 (१०)
  • के [keː] = 10×1010 (१०१०)
  • कै [kəi] = 10×1012 (१०१२)
  • को [koː] = 10×1014 (१०१४)
  • कौ [kəu] = 10×1016 (१०१६)

তবলাত সম্পাদনা কৰক

क (ক), कि (কি), क (কে) তবলাৰ বাঁও হাতেৰে বজোৱা এটি বোল।

হিন্দু জ্যোতিষ শাস্ত্ৰত সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  • Kurt Elfering: Die Mathematik des Aryabhata I. Text, Übersetzung aus dem Sanskrit und Kommentar. Wilhelm Fink Verlag, München, 1975, ISBN 3-7705-1326-6
  • Georges Ifrah: The Universal History of Numbers. From Prehistory to the Invention of the Computer. John Wiley & Sons, New York, 2000, ISBN 0-471-39340-1.
  • B. L. van der Waerden: Erwachende Wissenschaft. Ägyptische, babylonische und griechische Mathematik. Birkhäuser-Verlag, Basel Stuttgart, 1966, ISBN 3-7643-0399-9
  • Fleet, J. F. (January 1911). "Aryabhata's System of Expressing Numbers". Journal of the Royal Asiatic Society of Great Britain and Ireland: 109–126. ISSN 0035-869X. 
  • Fleet, J. F. (1911). "Aryabhata's System of Expressing Numbers". The Journal of the Royal Asiatic Society of Great Britain and Ireland (Royal Asiatic Society of Great Britain and Ireland) খণ্ড 43: 109–126. doi:10.1017/S0035869X00040995.