দেৱী শ্ৰী প্ৰসাদ' (তেলেগু: దేవిశ్రీ ప్రసాద్, তামিল: தேவி ஸ்ரீ பிரசாத்) (জন্ম: আগষ্ট ২, ১৯৭৯) এজন ভাৰতীয় সংগীত গীতিকাৰ, কণ্ঠশিল্পী আৰু পৰিচালক। তেওঁ মূলতঃ তেলেগু, আৰু তামিল ভাষাৰ বোলছবিৰ গীততো কণ্ঠ নিগৰাইছে।
দেৱী শ্ৰী প্ৰসাদ |
---|
|
প্ৰাথমিক তথ্য |
---|
জন্মৰ নাম |
দেৱী শ্ৰী প্ৰসাদ |
---|
আন নাম |
ডিএসপি ৰকষ্টাৰ |
---|
জন্ম |
২ আগষ্ট, ১৯৭৯ (৪৫ বছৰ) ভেদুৰুপকা, অন্ধ্ৰপ্ৰদেশ, ভাৰত |
---|
পেচা |
সংগীত গীতিকাৰ, কণ্ঠশিল্পী, পৰিচালক |
---|
বাদ্যযন্ত্ৰ |
- ভোকাল
- কী-বৰ্ড
- পিয়ানো
- শানাই
- মেণ্ডোলিন
- হাৰমোনিয়াম
- ড্ৰাম
|
---|
কাৰ্যকাল |
১৯৯৯ - বৰ্তমানলৈ |
Year |
Film |
Language |
Role
|
2004 |
Shankar Dada MBBS |
Telugu |
Cameo appearance in a song
|
2011 |
Vedi |
Tamil |
Cameo appearance in Kadhalikka Pennoruthi
|
2013 |
Attarintiki Daredi |
Telugu |
Cameo appearance in Ninnu Chudagane
|