দে দে হমে আজাদী অথবা সবৰমতী কে শান্ত হৈছে কভী প্ৰদীপে ৰচনা কৰা এটা ভাৰতীয় গীত। মহাত্মা গান্ধী আৰু তেওঁৰ অহিংস প্ৰকৃতিলৈ উচৰ্গিত এইটো এটা দেশপ্ৰেমমূলক গীত।[1][2][3] বলিউডৰ ছবি জাগৃতি (১৯৫৪)-ৰ এটা ছাউণ্ডট্ৰেক। গীতটোত কণ্ঠদান কৰিছিল আশা ভোছলে[4]

"দে দে হমে আজাদী"
আশা ভোছলে-ৰ একক গীত
মুক্তি পায় ১৯৫৪
বাণীবন্ধন হয় ১৯৫৪
প্ৰকাৰ Film soundtrack, Patriotic song
লেখক কভী প্ৰদীপ
সংগীত ভিডিঅ’
"De Di Hamen Azadi" ইউটিউবত

তথ্যউৎস সম্পাদনা কৰক