দোৰোণ
দোৰোণ এবিধ লেমিয়াছি (Lamiaceae ) গোত্ৰৰ 'লেউকাছ" (Leucas) জাতিৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ। ইয়াক ঠাইবিশেষে অনেক নামেৰে জনা যায়, যদিও অসমত ই দোৰোণ শাক বুলিয়ে জনাজাত। ভাৰতবৰ্ষৰ সকলো অঞ্চলতে উপলব্ধ এইবিধ তৃণ বিভিন্ন ধৰণৰ বনৌষধি আৰু কৃষিকাৰ্য্যৰ সহায়ক হিচাপে ব্যৱহাৰ কৰা হয়।[1]
দোৰোণ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
বৰ্গ: | Lamiales |
পৰিয়াল: | Lamiaceae |
গণ: | Leucas |
প্ৰজাতি: | L. aspera |
বৈজ্ঞানিক নাম | |
Leucas aspera |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ [1] Archived 2018-06-02 at the Wayback Machine, Prajapati MS, Patel JB, Modi K, Shah MB.