দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী

দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী (ইংৰাজী: The Death and Afterlife of Mahatma Gandhi) হ'ল ভাৰতীয় লেখক মকৰণ্ড পাৰাঞ্জপেই লিখা আৰু পেঙ্গুইন ৰেণ্ডম হাউচে প্ৰকাশ কৰা এখন বাস্তৱভিত্তিক কিতাপ।[1][2][3] গান্ধীৰ হত্যাকাণ্ডক লৈ হোৱা বিশ্লেষণ আৰু হত্যাকাণ্ডৰ পিছৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কিতাপখন লিখা হৈছে।[4]

দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী  
লেখক মকৰণ্ড পাৰাঞ্জপে
দেশ ভাৰত
ভাষা ভাৰতীয় ইংৰাজী

প্ৰকাশন সম্পাদনা কৰক

কিতাপখন লিখক তথা অধ্যাপক মকৰণ্ড পাৰাঞ্জপেই লিখিছে আৰু এইখন প্ৰকাশ কৰিছে পেঙ্গুইন ৰেণ্ডম হাউচ, ভাৰতে। কিতাপখনত ৩৩১টা পৃষ্ঠা আছে।[1]

পৰ্যালোচনা সম্পাদনা কৰক

গান্ধীবাদী পণ্ডিত ত্ৰিদিপ চুৰুদে ইণ্ডিয়া টুডে আলোচনীত কিতাপখনৰ প্ৰশংসা কৰিছে।[5] চুৰুদৰ মতে, মহাত্মাৰ নিধনৰ লগত জড়িত সকলো স্মৃতি আৰু মহাত্মাৰ হৈ আমাৰ প্ৰতিনিধিত্ব পাৰাঞ্জপেই তন্নতন্নকৈ পৰীক্ষা কৰাৰ ইচ্ছা ৰাখিছে।[5]

সুকুমাৰ মুৰুলীধৰণ নামৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভাঞ্চ ষ্টাডিজৰ এগৰাকী ফেল'ই বিজনেচ লাইনত কিতাপখনৰ পৰ্যালোচনা লিখিছে।[4]

শিৰশ্ৰী বসুৱে টেলিগ্ৰাফ ইণ্ডিয়াত লিখিছে যে পাৰাঞ্জপেই এই অধ্যয়ন দুঃসাহসিক।[6]

ফ্ৰী প্ৰেছ জাৰ্নালৰ সাংবাদিকে লিখিছে, নিধনক পুনৰ নিৰ্মাণ কৰিবলৈ লিখকে আগতে নেদেখা ঐতিহাসিক তথ্যৰ ব্যৱহাৰ কৰিছে।[7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "Book review: Mahatma Gandhi’s killing was an act of Love Jihad" (en-US ভাষাত). The Indian Express. 2016-05-06. https://indianexpress.com/article/lifestyle/books/book-review-mahatma-gandhis-killing-was-an-act-of-love-jihad-2787318/। আহৰণ কৰা হৈছে: 2020-03-04. 
  2. "8 Books on Mahatma Gandhi every Indian should read" (en ভাষাত). The Times of India. 2019-10-01. https://timesofindia.indiatimes.com/life-style/books/features/8-books-on-mahatma-gandhi-every-indian-should-read/photostory/71393566.cms। আহৰণ কৰা হৈছে: 2020-03-04. 
  3. "In the Name of the Father" (en-US ভাষাত). The Indian Express. 2015-04-04. https://indianexpress.com/article/lifestyle/books/in-the-name-of-the-father-9/। আহৰণ কৰা হৈছে: 2020-03-04. 
  4. 4.0 4.1 Muralidharan, Sukumar. "Mahatma lives on" (en ভাষাত). @businessline. https://www.thehindubusinessline.com/blink/read/mahatma-lives-on/article7259244.ece। আহৰণ কৰা হৈছে: 2020-03-04. 
  5. 5.0 5.1 February 13, Tridip Suhrud; February 23, 2015 ISSUE DATE:; February 13, 2015UPDATED:; Ist, 2015 14:42. "Makarand Paranjape makes an inquiry into why we have turned Gandhi's assassination into martyrdo" (en ভাষাত). India Today. https://www.indiatoday.in/magazine/books/story/20150223-death-and-afterlife-mahatma-gandhi-r-paranjape-book-review-817547-2015-02-13। আহৰণ কৰা হৈছে: 2020-03-04. 
  6. "The ghost who still walks" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/opinion/the-ghost-who-still-walks/cid/1439344। আহৰণ কৰা হৈছে: 2020-03-04. 
  7. "The Death and Afterlife of Mahatma Gandhi" (en ভাষাত). Free Press Journal. https://www.freepressjournal.in/book-reviews/the-death-and-afterlife-of-mahatma-gandhi। আহৰণ কৰা হৈছে: 2020-03-04.